• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জিঞ্চ, টি-চাৰ্ট পৰিধান নিষিদ্ধ! শিক্ষক-শিক্ষয়ত্ৰীৰ বাবে নতুন পোছাক বিধি প্ৰৱৰ্তন মহাৰাষ্ট্ৰ চৰকাৰৰ

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
March 16, 2024 1:11 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰ চৰকাৰে শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে নতুন সাজ-পোছাক বিধি (ড্ৰেছ কোড) প্ৰৱৰ্তন কৰিছে। এই সন্দৰ্ভত এক নিৰ্দেশিকাও জাৰি কৰিছে। স্কুললৈ আহোতে কেনেধৰণৰ সাজ পিন্ধিব, কেনেধৰণৰ পোছাক নিষিদ্ধ ইয়াত সকলো কথা উল্লেখ কৰা হৈছে।

ৰাজ্যৰ সকলো বিদ্যালয়লৈ এই নিৰ্দেশনা প্ৰেৰণ কৰি শিক্ষকসকলক নতুন সাজ-পোছাকৰ বিষয়ে সচেতন হ’বলৈ কোৱা হৈছে। যাতে স্কুলীয়া ল’ৰা-ছোৱালীৰ ওপৰত কোনো কু-প্ৰভাৱ নপৰে, সেয়ে তেনে কাপোৰ পৰিধান লাগিব।

কেৱল চৰকাৰী বা চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়েই নহয়, ব্যক্তিগত বিদ্যালয়সমূহেও এই নীতি-নিৰ্দেশনা মানি চলিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে।

Apply Now

নতুন ড্ৰেছ কোড সম্পৰ্কে কি কি নিৰ্দেশনা দিয়া হৈছে? নতুন নিৰ্দেশিকা অনুসৰি শিক্ষয়ত্ৰীসকলে জিঞ্চ আৰু টি-চাৰ্ট পিন্ধি বিদ্যালয়লৈ আহিব নোৱাৰিব। আনকি গাঢ় ৰঙৰ, জকমকীয়া বা প্ৰিন্টেড কাপোৰৰ পোছাকো স্কুলত অনুমতি দিয়া নহয়।

লগতে পঢ়কঃ মৰ্মান্তিক! কানাডাত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু কন্যা সন্তানসহ ভাৰতীয় মূলৰ দম্পতীৰ

আনহাতে, শিক্ষয়ত্ৰীসকলে শাৰী পিন্ধিব পাৰিব। যদি চোলৱাৰ-কুৰ্তা পিন্ধি আহে তেন্তে তাৰ লগত চূৰ্ণী থাকিব লাগিব।

সেইদৰে, শিক্ষকসকলকো জিঞ্চ পেণ্ট বা টি-চাৰ্ট পিন্ধি আহিব দিয়া নহয়। ফৰ্মেল চাৰ্ট আৰু পেণ্ট পিন্ধি আহিব লাগিব। কাপোৰ সোলকাই ৰাখিব নোৱাৰিব, ইনছাৰ্ট কৰি পিন্ধিব লাগিব।

শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে নতুন সাজ-পোছাক বিধি জাৰি কৰাৰ পিছতে ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে সমালোচনা আৰম্ভ হৈছে। শিক্ষক সমাজে এই নিৰ্দেশিকাৰ বিৰোধিতা কৰিছে।

মুম্বাইৰ এগৰাকী শিক্ষকে কয়, “শিক্ষকসকল নিজৰ কাপোৰৰ প্ৰতি অতি সচেতন। বিদ্যালয় কৰ্তৃপক্ষও এই বিষয়ে যথেষ্ট সচেতন। ফলত চৰকাৰে কাপোৰক তুচ্ছ-তাচ্ছিল্য কৰা, শিক্ষক-শিক্ষয়িত্ৰীৰ পছন্দ-অপছন্দৰ অধিকাৰত বাধা দিয়াটো কোনো কাৰণতে মানি ল’ব নোৱাৰি।”

লগতে পঢ়কঃ এনেকৈয়ে বাৰাক ওবামাই ইলন মাস্ক আৰু জেফ বেজোছক দিলে এশিকনি

ৰাজ্যজুৰি শিক্ষকসকলৰ মাজত সাজ-পোছাকক লৈ ক্ষোভ বৃদ্ধি পোৱাৰ লগে লগে শিক্ষা বিভাগৰ এগৰাকী বিষয়াই কয় যে “এইয়া মাত্ৰ নিৰ্দেশিকা জাৰি কৰা হৈছে। এই নিৰ্দেশনাসমূহ বাধ্যতামূলক বুলি গণ্য কৰা উচিত নহয়। এই পোছাক বিধি পালন নকৰিলে কোনো ব্যৱস্থা গ্ৰহণ কৰা হ’ব নে নাই সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।”

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd