• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনেকৈয়ে বাৰাক ওবামাই ইলন মাস্ক আৰু জেফ বেজোছক দিলে এশিকনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2024 9:48 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ শীৰ্ষ ধনী ইলন মাস্ক আৰু জেফ বেজোছক আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভালদৰেই এশিকনি দিলে। যদিও ওবামাই তেওঁলোকৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা নাছিল, তথাপিও তেওঁৰ ভাষণত তেওঁলোকৰ কাৰ্যকলাপৰ স্পষ্ট উল্লেখ আছিল।

ওবামাই তেওঁলোকলৈ আঙুলিয়াই কয় যে তেওঁলোকে মংগল গ্ৰহত ঔপনিবেশি প্ৰতিষ্ঠাৰ সপোন দেখাৰ পৰিৱৰ্তে পৃথিৱীখনক বসবাসযোগ্য কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত।

ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত জলবায়ু সন্মিলনৰ পৰা তেওঁ এই বাৰ্তা প্ৰদান কৰে। জলবায়ু পৰিৱৰ্তন বা পাৰমাণৱিক যুদ্ধ হৈ গ’লেও পৃথিৱী মংগল গ্ৰহতকৈ বহু বেছি বাসযোগ্য হৈ থাকিব বুলিও ওবামাই কয়। গতিকে মংগল গ্ৰহলৈ যাবলৈ ইমান টকা খৰচ কৰাৰ পৰিৱৰ্তে সেই ধন পৃথিৱীৰ বাবে বিনিয়োগ কৰা উচিত।

Apply Now

লগতে পঢ়কঃ জোলোঙাৰ মেকুৰী ওলাল! নিৰ্বাচনী বণ্ডত ৪ হাজাৰ কোটি টকা ‘চান্দা’ দিয়া ১৪টা কোম্পানী আছিল ইডি-চিবিআইৰ নজৰত

ওবামাই কাৰো নাম উল্লেখ নকৰিলেও ইলন মাস্ক আৰু জেফ বেজোছৰ দৰে টেক টাইকুনসকলৰ কথাই যে কৈছে তাত কোনো সন্দেহ নাই। এই আমেৰিকান ধনকুবেৰসকলে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত শ শ কোটি টকা বিনিয়োগ কৰিছে। এই সপ্তাহতে মংগল গ্ৰহলৈ মানুহ পঠিয়াবলৈ নিৰ্মিত ষ্টাৰশ্বিপৰ পৰীক্ষা সফল হৈছে।

বুধবাৰে পেৰিছত অনুষ্ঠিত এক সন্মিলনত ওবামাই কয় যে ছিলিকন ভেলীৰ বহু টাইকুনে মহাকাশযান নিৰ্মাণ কৰি আছে। তেওঁলোকে বিশ্বাস কৰে যে পৃথিৱীৰ পৰিৱেশ আৰু বসবাসযোগ্য হৈ নাথাকিব। আৰু সেইবাবেই তেওঁলোকে মংগল গ্ৰহত বসতি স্থাপনৰ কথা ভাবিছে।

মই সিহঁতক চাই ভাবো, কি কথাবোৰ কৈছে! আনকি পাৰমাণৱিক যুদ্ধ হৈ গ’লেও   পৃথিৱীখন মংগল গ্ৰহতকৈ বহু বেছি বসবাসযোগ্য হৈ থাকিব। জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ আমি একো নকৰিলেও পৃথিৱীত তেতিয়াও অক্সিজেন থাকিব। মই জনাত মংগল গ্ৰহত সেইটো নাই। গতিকে মই ভাবো আমি এই পৃথিৱীৰ যত্ন লোৱাত বিনিয়োগ কৰা উচিত। জ্ঞান আৰু নতুন আৱিষ্কাৰৰ বাবে মহাকাশ অন্বেষণ কৰিব পাৰি, কিন্তু মানৱ সমাজৰ বাবে নতুন বসতি সৃষ্টিৰ বাবে নহয়। আমি এই পৃথিৱীত জীয়াই থকাৰ যোগ্য, গতিকে এই গ্ৰহটোক বসবাসযোগ্য কৰি তোলাটো অতি প্ৰয়োজনীয়।

লগতে পঢ়কঃ‘মই পদ্মশ্ৰী পোৱা উচিত’, মন্তব্য শ্বীনা বৰাৰ হত্যাৰ অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ

ইলন মাস্কৰ স্পেচএক্সে তৃতীয়বাৰৰ বাবে নিজৰ ষ্টাৰশ্বিপ মেগা ৰকেট পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰে। ইয়াৰ উদ্দেশ্য হৈছে মংগল গ্ৰহ বাসযোগ্য হয় নে নহয় সেইটো পৰীক্ষা কৰি চোৱা। ২০৫০ চনৰ ভিতৰত কোইবা লাখ লোকক মংগল গ্ৰহলৈ প্ৰেৰণ কৰাৰ বাবে আশাবাদী মাস্ক।

আনহাতে, জেফ বেজোছৰ ‘ব্লু অৰিজিন’য়ে আগষ্ট মাহতে তেওঁলোকৰ ‘নিউ গ্লেন’ মেগা ৰকেটৰ পৰীক্ষা কৰিবলৈ ওলাইছে। এই পৰিস্থিতিত ওবামাৰ মন্তব্য নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ। ২০০৯-২০১৭ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত তেওঁ জলবায়ু পৰিৱৰ্তন বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd