• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাইবাৰ আক্ৰমণৰ সন্মুখীন সকলো ভাৰতীয় বেংক! ৰিজাৰ্ভ বেংকৰ সতৰ্কবাণীত আশংকা প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2024 8:08 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাইবাৰ আক্ৰমণৰ সন্মুখীন হ’ব পাৰে বেংকসমূহ। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাবলৈ সকীয়াই দিছে। এনে বিপদ হ্ৰাস কৰিবলৈ সুৰক্ষা বৃদ্ধি কৰিবলৈ বুলি কয় আৰ বি আইয়ে। আৰ বি আইয়ে খতিয়াই চাই য’তেই সুৰক্ষাৰ অভাৱ দেখা পায় তাতেই ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিছে।

কেন্দ্ৰীয় বেংকৰ চাইবাৰ সুৰক্ষা আৰু তথ্য প্ৰযুক্তি পৰীক্ষা (চিএছআইটিই)ৰ শেহতীয়া ৰাউণ্ডৰ পিছত মানিকণ্ট্ৰলৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

এজন বেংকাৰে জনায় যে আৰ বি আইয়ে বেংকৰ চাইবাৰ নিৰাপত্তাৰ ক্ষমতাৰ অভাৱ চিনাক্ত কৰিবলৈ পৃথক পৰিদৰ্শন কৰে। এইবাৰ তেওঁলোকে আমাক লগ কৰি নিৰাপত্তাৰ স্বাৰ্থত বিভিন্ন একচন পইণ্টৰ তালিকাও দিলে। য’ত ত্ৰুটি আছে, সেই সকলো স্থানৰ বাবে একচন পইণ্ট এই তালিকাত চিহ্নিত কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ ৰোজাৰ সময়ত শৰীৰটো ভালে ৰাখিবলৈ মনত ৰাখক এই কেইটা কথা

যোৱা কিছু বছৰত বেংকিং ব্যৱস্থালৈ চাইবাৰ ভাবুকি বৃদ্ধি পোৱাৰ পিছৰে পৰাই আৰ বি আইয়ে সতৰ্কতাৰ পৰামৰ্শ দি আহিছে। কাৰণ সংসদত দিয়া এক চৰকাৰী তথ্য অনুসৰি ভাৰতীয় বেংকসমূহে ২০১৮ চনৰ জুন মাহৰ পৰা ২০২২ চনৰ জুন মাহৰ ভিতৰত হেকাৰ আৰু দুষ্কৃতিকাৰীৰ দ্বাৰা ২৪৮টা ডাটা উলংঘাৰ ৰিপ’ৰ্ট  প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ৪১টা ৰাজহুৱা খণ্ডৰ বেংকে ৰিপ’ৰ্ট কৰিছে। সেইদৰে,ব্যক্তিগত বেংকে ২০৫টা ঘটনা ৰিপৰ্ট দিছে। তথ্য অনুযায়ী বিদেশী বেংকৰ দুটা ৰিপৰ্ট পোহৰলৈ আহিছে।

ইয়াৰ পূৰ্বেও আৰ বি আইৰ ডেপুটি গভৰ্ণৰ টি ৰবি শংকৰে কৈছিল যে বেংকিং খণ্ড নতুন চাইবাৰ নিৰাপত্তাৰ বিপদৰ বাবে সাজু হোৱাটো প্ৰয়োজন। যোৱা ৯ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত ১৯ সংখ্যক বেংকিং প্ৰযুক্তি সন্মিলনত তেওঁ কয় যে আমি গ্ৰাহকৰ সুবিধা আৰু অন্যান্য বিষয় চিন্তা কৰিব লাগিব আৰু আমি সঠিক সেৱা আগবঢ়াব লাগিব। তেওঁ লগতে আলোকপাত কৰে যে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) অপব্যৱহাৰ বৃদ্ধি পায়। এনেধৰণৰ চাইবাৰ বিপদো বৃদ্ধি পাইছে। সেয়েহে বেংকসমূহে ভাবুকি চিনাক্ত আৰু হ্ৰাস কৰিবলৈ তেওঁলোকৰ এনক্ৰিপ্ট কৰা ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে পুনৰুজ্জীৱিত কৰিব লাগিব।

লগতে পঢ়কঃলাভ জেহাদৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ ইছলাম ধৰ্মীয় যুৱক

উল্লেখ্য যে যোৱা বছৰ বেংকৰ এটা সৰু ভুলৰ বাবেই ৮২০ কোটি টকা কিছুমান বেংক একাউণ্টত সোমাই গৈছিল, তাৰে প্ৰায় দুশ কোটি টকা ঘূৰি নাহিল! ইউকো বেংকত সংঘটিত হৈছিল এই ঘটনা। কাৰিকৰী ত্ৰুটিৰ বাবে ইমিডিয়েট পেমেণ্ট চাৰ্ভিচ (আইএমপিএছ)ৰ জৰিয়তে কিছুমান বেংক একাউণ্টত ৮২০ কোটি টকা জমা হোৱা বুলি বেংকটোৱে জানিবলৈ দিছিল। নিজৰ ভুল উপলব্ধি কৰি বেংকটোৱে ৰিক’ভাৰী প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও ৬৪৯ কোটিতকৈ অধিক ধন আদায় কৰিব নোৱাৰিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd