• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়োলেণ্ড বিশ্ববিদ্যালয়ত মুছলমানক অপমান: এ আই ইউ ডি এফৰ তীব্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2024 8:34 am
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত মুছলমানক অপমানৰ অভিযোগ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত মুছলমানক অপমানৰ অভিযোগ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজিত এক সাংস্কৃতিক শোভাযাত্ৰাত উদ্দেশ্য প্ৰণোদিত ভাবে সমগ্ৰ মুছলমান জাতিটোক অপৰাধী বুলি চিহ্নিত কৰি মুছলমান লোকক উপহাস কৰাক তীব্ৰ নিন্দা কৰিছে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই।

কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক ‘বিশ্ববিদ্যালয় সপ্তাহত ১৬ মাৰ্চ তাৰিখে অর্থাৎ ৰমজানৰ পঞ্চম দিনা থুলুংগা উৎসৱ উপলক্ষে ইতিহাস বিভাগে “বড়ো কিংবদন্তি নায়ক” শীৰ্ষক বিষয়বস্তুৰ ওপৰত আয়োজন কৰা শোভাযাত্ৰাত মুছলমানৰ বেশত অভিনয় কৰা দুই যুৱকক অপৰাধী সজাই আৰক্ষীৰ দ্বাৰা প্ৰহাৰ কৰা দেখুৱায়। এই অভিনয়ৰ পৰা সমগ্ৰ মুছলমান জাতিটোক অপৰাধী সজোৱাৰ প্ৰৱণতাক অতি নিন্দনীয় বুলি দাবী কৰিছে এ আই ইউ ডি এফে।

লগতে পঢ়কঃ ৰোজাৰ সময়ত শৰীৰটো ভালে ৰাখিবলৈ মনত ৰাখক এই কেইটা কথা

Apply Now

এ আই ইউ ডি এফৰ হৈ দলৰ আই টি ছেলৰ অধ্যক্ষ তথা বিধায়ক আশ্ৰাফুল হুছেইনে উপাচাৰ্য লাইশ্ৰম লাডু সিং তথা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষলৈ প্ৰশ্ন তোলে যে এখন অগ্ৰণী শিক্ষানুষ্ঠানত এনে ধৰ্মীয় সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই তুলিব পৰা পৰিবেশ কিদৰে গঢ়ি উঠিছে? শিক্ষাৰ্থী সকলক শোষিত নিষ্পেষিত ধৰ্মীয় সংখ্যালঘু লোকসকলৰ প্ৰতি কেনে মনোভাৱৰ গঢ় দিয়া হৈছে?

তেওঁ লগতে কয়, “ইপিনে বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চল (বিটিআৰ)ৰ মুৰব্বী প্ৰমোদ বড়ো এই পৰ্যন্ত  মৌনব্ৰত পালন কৰা কাৰ্যই আমাৰ মনত কিছু সন্দেহৰ উদয় হৈছে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে কিছু কৰ্ম কাণ্ডই সাধাৰণ জনতাক বিপথে পৰিচালিত কৰি সাধাৰণ ভোটাৰৰ মনত “ইছলামফ’বিয়া” সোমোৱাই দিয়া হৈছে বুলি বৌদ্ধিক মহলত চৰ্চা হৈছে।‘’

লগতে পঢ়কঃ লাভ জেহাদৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ ইছলাম ধৰ্মীয় যুৱক

দলটোৱে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ তথা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী প্ৰমোদ বড়োক সকীয়াই দি কয় যে কোনো ধৰ্মীয় আৱেগত আঘাত সানিব পৰা কাৰ্য যাতে শিক্ষানুষ্ঠান খনত পুনৰাবৃত্তি নহয়। তেওঁলোকে বিটিআৰ প্ৰশাসনকো ইয়াৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd