• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি আবেদন? মোডী চৰকাৰৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কৰ্ণাটক চৰকাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2024 1:19 pm
কি আবেদন? মোডী চৰকাৰৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কৰ্ণাটক চৰকাৰ!

প্ৰধানমন্ত্ৰী মোডী আৰু কৰ্ণাটৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কৰ্ণাটক চৰকাৰে। শনিবাৰে উচ্চতম ন্যায়ালয়ত মোডী চৰকাৰৰ বিৰুদ্ধে শপতনামা দাখিল কৰে সিদ্দাৰামাইয়া চৰকাৰে। ৰাষ্ট্ৰীয় খৰাং সাহায্য পুঁজিৰ ধন পৰিশোধ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিবলৈ দেশৰ শীৰ্ষ আদালতক অনুৰোধ জনোৱা হৈছে।

কৰ্ণাটকৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্দিৰমাইয়াই কয়, “সমগ্ৰ ৰাজ্য খৰাং পৰিস্থিতিত ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্রলৈও এক প্রতিবেদন প্রেৰণ কৰা হৈছে ৷ আইন অনুসৰি প্ৰতিবেদন লাভ কৰাৰ এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু সাহায্য পুঁজি সন্দৰ্ভত এতিয়াও কেন্দ্ৰীয় চৰকাৰে কোনো সঁহাৰি দিয়া নাই।‘’

তেওঁ জনায় যে চলিত বছৰ কৰ্ণাটকত ৪৮ লাখ হেক্টৰ মাটিৰ শস্য বিনষ্ট হৈছে। এই সন্দৰ্ভত তিনিবাৰকৈ কেন্দ্ৰক অৱগত কৰিছে। কিন্তু কোনো কাম হোৱা নাই। ছিদ্দিৰমাইয়াই কয়, “মই নিজেই প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে বুজাই দিছো। আনকি শেহতীয়াকৈ কৰ্ণাটক ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোডীক খৰাং পৰিস্থিতিৰ কথা সোঁৱৰাই দিয়া হৈছিল। কিন্তু তাৰপিছতো কেন্দ্ৰৰ পৰা কোনো সহায় নাহিল।‘’

লগতে পঢ়কঃ বিজ্ঞানৰ চমৎকাৰ! বিশ্বত প্ৰথম জীৱিত মানৱ শৰীৰত সংৰোপণ কৰা হৈছে গাহৰিৰ কিডনি; মসৃনভাৱে কৰিছে কাম

দৰাচলতে সমগ্ৰ কৰ্ণাটক ভয়াৱহ জল সংকটত ভুগিছে। বেংগালুৰুত আৰম্ভ হৈছে পানীৰ হাহাকাৰ অৱস্থা। পানীৰ নাটনিৰ কথা উল্লেখ কৰি উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে দাবী কৰে যে, ‘যোৱা তিনি-চাৰি দশকত মই এনে খৰাং পৰিস্থিতি দেখা নাই।’ লগতে ৰাজ্যবাসীক সকীয়াই দিয়ে যে অহা দুমাহ ‘অতি গুৰুত্বপূৰ্ণ’। জল সংকটৰ সৈতে মোকাবিলা কৰিবলৈ বেংগালুৰুত যিমান নাদ আছে তাৰ প্ৰায় ৭ হাজাৰ নাদ বন্ধ কৰি দিয়া হৈছে।

শিৱকুমাৰে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পানী যোগানৰ বাবে পৰ্যাপ্ত পৰিমাণৰ টেংকাৰৰ ব্যৱস্থা কৰা হৈছে।স্থানীয় লোকৰ কাষত থিয় দিবলৈ চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। ইয়াৰ সমান্তৰালকৈ বেংগালুৰু প্ৰশাসনে জনাইছে যে গাড়ী ধোৱা, নিৰ্মাণৰ কাম, মনোৰঞ্জন আদি কোনো কামত পানী ব্যৱহাৰ কৰিব নোৱাৰিব।

লগতে পঢ়কঃ আইছিছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আটক হ’ল আই আই টি-গুৱাহাটীৰ ছাত্ৰ

যোৱা ডিচেম্বৰ মাহত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক কৃষকক ৰাজসাহায্য প্ৰদানৰ বাবে অনুৰোধ জনাইছিল। বৰষুণৰ অভাৱত ৰাজ্যখন কেনেদৰে দুৰ্দশাগ্ৰস্ত অৱস্থাত পৰিছে সেই কথা তেওঁ বুজাই দিয়ে। শেহতীয়াকৈ তেওঁ জল সংকটৰ কথাও কয়। কিন্তু কৰ্ণাটক চৰকাৰে অভিযোগ কৰিছে যে কেন্দ্ৰৰ পৰা কোনো সহায় লাভ কৰা নাই। অবিজেপি শাসিত ৰাজ্যসমূহে কেন্দ্ৰৰ বিৰুদ্ধে বিভিন্ন বঞ্চনাৰ অভিযোগ উত্থাপন কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd