• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপি মিত্ৰদলৰ টিকট লাভ দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী ৰাঘৱ ৰেড্ডীৰ পিতৃ মগুন্ঠা এচ ৰেড্ডীৰ

বিজেপিৰ আবকাৰী নীতিৰ সৈতে দক্ষিণ ভাৰতৰ সুৰা মাফিয়াৰ  দীৰ্ঘদিনীয়া সম্পৰ্কৰ অভিযোগ আপৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 30, 2024 5:28 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ সুৰা কেলেংকাৰীৰ ৰাজসাক্ষী ৰাঘৱ ৰেড্ডীৰ পিতৃ মাগুন্ঠা এচ ৰেড্ডীয়ে লাভ কৰিলে বিজেপিৰ মিত্ৰদল টেলেগু দেশম পাৰ্টীৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব। 

আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপ, অসমৰ  কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত অনুৰূপা ডেকাৰজাই বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনি কয় যে  দক্ষিণ ভাৰতৰ সুৰা মাফিয়াসকলৰ সৈতে বিজেপিৰ  এক দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। ই ডি-য়ে ৰাঘৱ ৰেড্ডী আৰু তেওঁৰ পিতৃ মাগুন্ঠা এচ ৰেড্ডীৰ সাক্ষীৰ ওপৰত ভিত্তি কৰিয়েই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। 

Apply Now

এই সম্পৰ্কে অধিক মন্তব্য কৰি অনুৰূপা ডেকাৰজাই উল্লেখ কৰে যে ৰেড্ডী পৰিয়ালে তেওঁলোকৰ ন্যাসৰ নামত এখন আশ্ৰম খুলিবলৈ মাটি বিচাৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাত্‍ কৰিছিল। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সেই সন্দৰ্ভত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পাছতেই ই ডিয়ে ৰেড্ডীৰ ঘৰত তালাচী চলায়। তালাচীৰ পাছত আদালতৰ সমুখতো প্ৰথমাৱস্থাত ৰেড্ডীয়ে কেজৰিৱালৰ সৈতে সুৰা নীতিৰ সৈতে জড়িত ধনৰ লেনদেন কৰাৰ কথাটোক অস্বীকাৰ কৰিছিল। কিন্তু ইয়াৰ পাছতেই ই ডিয়ে ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰে আৰু পাঁচ মাহ কাৰাগাৰত থকাৰ পাছত মাগুন্ঠা এচ ৰেড্ডীয়ে তেওঁৰ শপতনামা সলনি কৰি দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে অৰবিন্দ কেজৰিৱালক সংযোগ কৰি দিয়ে। 

ইয়াৰ পাছতেই ৰাঘৱ ৰেড্ডীয়ে জামিন লাভ কৰে আৰু ৩ অক্টোবৰ, ২০২৩ তাৰিখে তেওঁক ৰাজসাক্ষী হিচাপে গ্ৰহণ কৰা হয়। 

অনুৰূপা ডেকাৰজাই বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে এইদৰেই বিজেপি চৰকাৰে দুৰ্নীতিকাৰীসকলক সুৰক্ষা দি আহিছে আৰু সততাৰ পথত থকাসকলক মানসিক-শাৰীৰিক হাৰাশাস্তি দি আহিছে। 

সংবাদমেলখনত উপস্থিত থাকি আপ, অসমৰ আন এগৰাকী মুখপাত্ৰ গুৰপ্ৰীত সিং উপ্পলে কয়  – ‘ই ডিয়ে কোনো কাৰণ নজনোৱাকৈ দিল্লীৰ পৰিবহণ মন্ত্ৰী কৈলাশ গেহলটৰ বিৰুদ্ধেও চমন জাৰি কৰিছে। 

এয়া আম আদমি পাৰ্টীৰ সততা আৰু উন্নয়নৰ ৰাজনীতিৰ প্ৰতি বিজেপি চৰকাৰৰ ভয়ৰ প্ৰতিফলন বুলি উল্লেখ কৰে আপৰ দুয়োগৰাকী মুখপাত্ৰই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd