• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেচ ফিক্সিং হ’ব, নিৰ্বাচনৰ বাবে আম্পায়াৰ ঠিক কৰি ৰাখিছে মোদীয়ে! আক্ৰমণ ৰাহুলৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 1, 2024 8:55 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮০খন আসন লাভ কৰাৰ ক্ষমতা নাই বিজেপিৰ। মেনিপুলেচনেৰে ৪০০ আসন পাৰ কৰিব বিচাৰে! দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানৰ পৰা ৰাহুল গান্ধীয়ে গেৰুৱা শিবিৰৰ ওপৰত এইদৰে আক্ৰমণ চলায়। তেওঁ উদাত্ত কণ্ঠে দাবী কৰে যে সকলো ফিক্সিং হৈ আছে, সেইবাবেই বিজেপিয়ে ‘৪০০ আসন পাৰ’ৰ শ্লোগান ইমান নিশ্চিতভাৱে দিব পাৰে।

`অব কি বৰ, ফিৰ মোডী চৰকাৰ’ শ্লোগান দেশবাসীj পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই শ্লোগান বিজেপি কৰ্মী আৰু সমৰ্থকে আওৰাইছিল। বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে কেনে প্ৰদৰ্শন আগবঢ়াইছিল সেয়া কোৱা বাহুল্য। এইবাৰ লোকসভা নিৰ্বাচনতো দিল্লীৰ সিংহাসন অক্ষুণ্ণ ৰাখিবলৈ আত্মবিশ্বাসী মোডী-শ্বাহৰ দল।

এইবাৰ দলটোৱে নতুন শ্লোগান আনিছে, ‘তিছৰি বাৰ মোডী চৰকাৰ, অব কি বাৰ ৪০০ পাৰ’। বিজেপিৰ এই আত্মবিশ্বাসী মনোভাৱকে ৰাহুল গান্ধীয়ে কটাক্ষ কৰিছে।

Apply Now

লগতে পঢ়কঃ IPL 2024: দুৰ্দান্ত প্ৰদৰ্শেনেৰে জয় কাঢ়ি নিলে পন্থ বাহিনীয়ে; তথাপি ধোনীৰ খেল দেখি মুগ্ধ অনুৰাগী

দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হোৱা ‘লোকতন্ত্ৰ বচাও’ কাৰ্যসূচীৰ পৰা ৰাহুলে কয়, “ইভিএম, ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি, সংবাদ মাধ্যমক হেঁচা প্ৰয়োগ নকৰাকৈ ১৮০খনতকৈ অধিক আসন লাভ কৰাৰ ক্ষমতা মোডী-শ্বাহহঁতৰ নাই। কিন্তু মেচ ফিক্সিং কৰা আছে। আম্পায়াৰো ঠিক কৰি ৰাখিছে মোদীয়ে। সেইবাবেই বিজেপিয়ে ইমান সহজে ৪০০ আসন অতিক্ৰম কৰাৰ শ্লোগান দিব পাৰে।”

এই প্ৰ সংগত তেওঁ ক্ৰিকেটৰ কথাও টানি আনে। কি ক’লে তেওঁ?

ৰাহুলে কয় যে ক্ৰিকেটত আম্পায়াৰক যিদৰে হেঁচা দিয়া হয়, খেলুৱৈক মেচ ফিক্সিঙৰ বাবে ভাবুকি দিয়া হয়, নিৰ্বাচনৰ পূৰ্বেও একে কামেই কৰা হৈছে। মোদীক পোনপটীয়াকৈ লক্ষ্য কৰি তেওঁ কয়, “নৰেন্দ্ৰ মোদীয়ে আম্পায়াৰসকলক বাছি লৈছে। আমাৰ দলৰ দুজনক গ্ৰেপ্তাৰ কৰাও হৈ গৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ফিক্সিং আৰম্ভ কৰি দিছে।”

লগতে পঢ়কঃ পৰিৱেশ মন্ত্ৰালয়ৰ আপত্তি সত্বেও আইন উলংঘাৰে ঘন অৰণ্যৰ মাজত কয়লা খনন আদানী গোষ্ঠীৰ

কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেওবাৰে দিল্লীৰ ৰাজপথত বিৰোধী মিত্ৰজোঁট “ইণ্ডিয়া”ৰ উদ্যোগত এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। ইয়াৰ নাম দিয়া হৈছিল ‘লোকতন্ত্ৰ বচাও’। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd