• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমান এয়াৰ ফৰ্চ ৱানত চুৰি মূল্যবান স্মাৰক; সাংবাদিকক সকীয়নি কৰ্তৃপক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2024 12:04 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বিমান এয়াৰ ফৰ্চ ৱানত চুৰি হৈছে। সংবাদ মাধ্যমৰ কৰ্মীৰ বাবে বিমানখনৰ নিৰ্ধাৰিত এলেকাত থকা দামী স্মাৰক নোহোৱা হৈছে। স্বাভাৱিকতে ৰাষ্ট্ৰপতিৰ সৈতে এয়াৰ ফৰ্চ ৱানত যাত্ৰা কৰা সাংবাদিকসকলৰ ওপৰতে অভিযোগৰ আঙুলি উঠিছে। ইয়াৰ বাবে তেওঁলোকক সকীয়াই দিয়া হৈছে।

যোৱা ফেব্ৰুৱাৰী মাহত এই ঘটনা দৃষ্টিগোচৰ হৈছিল। ৰাষ্ট্ৰপতি জো বাইডেনৰ আমেৰিকাৰ পশ্চিম উপকূল ভ্ৰমণৰ পিছত। ভ্ৰমণৰ শেষত এয়াৰ ফৰ্চ ৱানৰ সামগ্ৰী পৰীক্ষা কৰোতে দেখা গ’ল যে সংবাদ মাধ্যমৰ কৰ্মীৰ বাবে নিৰ্ধাৰিত স্থানত থকা কিছু স্মাৰক নাই।

চুৰিৰ তালিকাত কি নাই! দামী ব্ৰেণ্ডৰ গাৰুৰ কভাৰ, গিলাচৰ পৰা আৰম্ভ কৰি সোণৰ প্ৰলেপেৰে খচিত প্লেটলৈকে নাইকিয়া হৈ গৈছে।

Apply Now

লগতে পঢ়কঃ April Fool! কিয় ১ এপ্ৰিলক ‘মূৰ্খৰ দিৱস’ হিচাপে পালন কৰা হয়? চাও আহক ইয়াৰ ইতিহাস আৰু গুৰুত্ব

এই ঘটনাত হোয়াইট হাউছ কৰাছপণ্ডেণ্টছ এছ’চিয়েশ্যনে সাংবাদিকক সকীয়াই দিছে যে এয়াৰ ফৰ্চ ৱানৰ পৰা কোনো বস্তু লৈ যোৱাটো নিষিদ্ধ।

যোৱা মাহত সংস্থাটোৱে হোয়াইট হাউছৰ সকলো সাংবাদিকলৈ ই-মেইল প্ৰেৰণ কৰিছিল। ইয়াত কোৱা হৈছে যে এনে আচৰণে ৰাষ্ট্ৰপতিৰ সৈতে ভ্ৰমণ কৰা সাংবাদিকসকলৰ সন্দৰ্ভত অতি নিকৃষ্ট মনোভাৱৰ প্ৰকাশ পাইছে। এনে আচৰণ নিশ্চয় পৰিহাৰ কৰিব লাগিব।

এয়াৰ ফৰ্চ ৱানত সাংবাদিকক কেতিয়াবা চকলেটৰ বাকচ স্মাৰক হিচাপে দিয়া হয়। ইয়াত ৰাষ্ট্ৰপতিৰ মোহৰ লগোৱা আছে। আমেৰিকাৰ প্ৰশাসনে কয় যে এয়াৰ ফৰ্চ ৱানৰ ল’গ’ থকা স্মাৰক (বাচন, টাৱেল আদি) নোহোৱা হোৱাৰ ঘটনা এতিয়াও সঘনাই সংঘটিত হৈ আছে।

লগতে পঢ়কঃ ধুমুহা-বৰষুণত ভাঙি পৰিল গুৱাহাটী বিমানবন্দৰৰ চিলিং; বিপৰ্যয়ক লৈ আদানী গোষ্ঠীক কটাক্ষ কংগ্ৰেছৰ

ভইচ অৱ আমেৰিকাৰ হোৱাইট হাউছৰ সংবাদদাতা মিছা কোমাড’স্কিয়ে কয় যে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বিমানৰ পৰা স্মাৰকৰ এটা “সৰু” সংগ্ৰহ গঢ়ি তুলিছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতি বাইডেনৰ স্বাক্ষৰ আৰু ছীল থকা চকলেটৰ বাকচ এটাও আছে।

এই সন্দৰ্ভত বিবিচিৰ আগত সাংবাদিকগৰাকীয়ে কয়, “মই কাকো লজ্জিত কৰা নাই। এই সংগ্ৰহৰ বাবে মই একো অন্যায়ো কৰা নাই।” এদিনৰ ঘটনা এটা মনত পেলাই কোমাড’স্কিয়ে কয়, ‘এয়াৰ ফৰ্চ ৱানৰ ল’গ’ থকা কাগজৰ কাপ এটা মোৰ হাতত থাকি গৈছিল। মই  সেইটো পেলাবলৈ পাহৰি গৈছিলোঁ।’

এয়াৰ ফৰ্চ ৱানক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমান যাত্ৰাৰ সময়ত কাৰ্যালয় বুলি গণ্য কৰা হয়। বিমানখনৰ নিৰাপত্তা ব্যৱস্থা ত্ৰুটিহীন। এই বিমানখনৰ তিনিটা স্তৰত মুঠ ৪ হাজাৰ বৰ্গফুট স্থান আছে।

লগতে পঢ়কঃ মেচ ফিক্সিং হ’ব, নিৰ্বাচনৰ বাবে আম্পায়াৰ ঠিক কৰি ৰাখিছে মোদীয়ে! আক্ৰমণ ৰাহুলৰ

ৰাষ্ট্ৰপতিৰ চৰকাৰী এই বিমানে আকাশৰ মাজত ইন্ধন ভৰাব পাৰে। ফলত এয়াৰ ফৰ্চ ৱানৰ জৰুৰীকালীন অৱস্থাত সীমাহীন দূৰত্ব অতিক্ৰম কৰাৰ ক্ষমতা আছে। ইয়াৰ উপৰিও ই বিমান আক্ৰমণ প্ৰতিহত কৰিবলৈও সক্ষম। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd