• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সূৰ্যগ্ৰহণক লৈ বিভ্ৰান্তি! সোমবাৰে কেতিয়া হ’ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ? ভাৰতত দেখা পোৱা যাবনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2024 10:26 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ২০২৪ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে। যিটো হৈছে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। অৰ্থাৎ চন্দ্ৰৰ ছায়াই সূৰ্য্যটোক সম্পূৰ্ণৰূপে আৱৰি ধৰিব। যিটো দৃশ্যৰ সাক্ষী হ’বলৈ বহুদিন অপেক্ষা কৰিবলগীয়া হয়। সোমবাৰে কেতিয়া হ’ব সূৰ্যগ্ৰহণ, কেতিয়াৰ পৰা সূৰ্যগ্ৰহণ আৰম্ভ হৈ কিমান সময়লৈ চলিব?

সোমবাৰৰ সূৰ্যগ্ৰহণক লৈ বিভিন্ন মাধ্যমত কিছু বিভ্ৰান্তিকৰ খৱৰ বিয়পি পৰিছে। ভাৰতত দৰাচলতে এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ কিবা প্ৰভাৱ পৰিবনে? এই সন্দৰ্ভতো কিছু বিভ্ৰান্তিমূলক তথ্য প্ৰচাৰ হোৱা দেখা গৈছে।

২০২৪ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ ক’ৰ পৰা দেখা যাব? জ্যোতিৰ্বিজ্ঞানীসকলৰ তথ্য অনুসৰি ভাৰতৰ পৰা এই সূৰ্যগ্ৰহণ দেখা নাযায়। সেই অনুসৰি, হাৱাই, পলিনেছিয়া, উত্তৰ আমেৰিকাৰ বেছিভাগ অঞ্চল (আলাস্কাৰ বাহিৰে), মধ্য আমেৰিকা, গ্ৰীণলেণ্ড, আইচলেণ্ড আদি ঠাইৰ পৰা এই পূৰ্ণগ্ৰাস (সম্পূৰ্ণ) সূৰ্যগ্ৰহণ দেখা যাব।

Apply Now

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; জলবায়ু আৰু পৰিবেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ চেষ্টা

কেতিয়া হ’ব সূৰ্যগ্ৰহণ? এষ্ট্ৰ’নমি চেণ্টাৰৰ তথ্য অনুসৰি সোমবাৰে ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১২ মিনিট ৩০ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ। সেইদৰে, সোমবাৰে (ইংৰাজী মতে মঙলবাৰ) সূৰ্যগ্ৰহণৰ অন্ত পৰিব নিশা ২ বাজি ২২মিনিট ৩০ ছেকেণ্ডত (ভাৰতীয় সময় অনুসৰি)। কিন্তু সেই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব।

ইপিনে, ২০২৪ চনৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ ২ অক্টোবৰত হ’ব। এষ্ট্ৰ’নমি চেণ্টাৰৰ তথ্য অনুসৰি বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণো ভাৰতৰ পৰা  দেখা নাযাব। পলিনেছিয়া (হাৱাই দ্বীপ), পশ্চিম মেক্সিকো, দক্ষিণ আমেৰিকাৰ দক্ষিণ অংশ, এন্টাৰ্কটিকা, দক্ষিণ জৰ্জিয়াৰ দৰে অঞ্চলৰ পৰা ইয়াক দেখা পোৱা যাব। ভাৰতীয় সময় অনুসৰি সেই সূৰ্যগ্ৰহণো আৰম্ভ হ’ব নিশা ৯ বজাৰ আশেপাশে।

আনহাতে, ১৮ ছেপ্টেম্বৰত আংশিক চন্দ্ৰগ্ৰহণ হ’ব। এষ্ট্ৰ’নমি চেণ্টাৰৰ তথ্য অনুসৰি এন্টাৰ্কটিকা, পশ্চিম ভাৰত মহাসাগৰ অঞ্চল, মধ্য-পূৱ আফ্ৰিকা, ইউৰোপ, আটলাণ্টিক মহাসাগৰ, আমেৰিকা (আলাস্কাৰ পশ্চিম দিশৰ বাহিৰে), পূব পলিনেছিয়াৰ কিছু অংশৰ পৰা চন্দ্ৰগ্ৰহণ দেখা যাব। ভাৰতৰ পৰা ইয়াক দেখা নাযাব।

লগতে পঢ়কঃ IPL 2024: মধুৰ প্ৰতিশোধেৰে বিজয়ৰ হেট্ৰিক; গুজৰাটৰ বেটিং অৰ্ডাৰত ধুমহাৰ সৃষ্টি কৰি লক্ষ্ণৌৰ মসৃন জয়

অৰ্থাৎ ২০২৪ চনত ভাৰতৰ পৰা কোনো ধৰণৰ গ্ৰহণ দেখা নাযাব। এষ্ট্ৰ’নমি চেণ্টাৰৰ মতে এইবাৰ ভাৰতত মুঠ দুটাকৈ সূৰ্যগ্ৰহণ হ’ব। আৰু এটা হ’ব চন্দ্ৰগ্ৰহণ। ভাৰতৰ পৰা কোনো এটা গ্ৰহণে দেখা পোৱা নাযাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd