• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘২৪ৰ নিৰ্বাচনে সৃষ্টি কৰিলে নজিৰ! দেশজুৰি ডেৰমাহতে জব্দ ৪৬৫০ কোটিৰ সামগ্ৰী আৰু ধন

by
April 15, 2024 3:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮ সংখ্যক লোকসভা নিৰ্বাচনে ভাৰতীয় গণতন্ত্ৰৰ ৭৫ বছৰীয়া ইতিহাসত এক নতুন নজিৰ সৃষ্টি কৰিলে। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে হিচাপহীন নগদ ধন, সুৰা, ড্ৰাগছ, বহুমূলীয়া ধাতু আৰু উপহাৰৰ সামগ্ৰী উদ্ধাৰৰ বাবে এই নজিৰ ৰচনা কৰা হৈছে। সোমবাৰে নিৰ্বাচন আয়োগে প্ৰদান কৰা তথ্য আৰু পৰিসংখ্যাত এই কথা প্ৰকাশ পাইছে।

লগতে পঢ়ক: ৭৬পৃষ্ঠাৰ ইস্তাহাৰত ৫৩খন নৰেন্দ্ৰ মোদীৰ ছবি! নিয়োগ,মূল্যবৃদ্ধিৰ দৰে প্ৰসংগ উপেক্ষাৰ অভিযোগ বিৰোধীৰ

আয়োগৰ তথ্য অনুসৰি ১ মাৰ্চৰ পৰা বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ নগদ ধন আৰু অন্যান্য উদ্ধাৰ হোৱা সামগ্ৰীৰ পৰিমাণ ৪৬৫০ কোটি টকা। সেইটোৱে ২০১৯ চনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ (অহা ১৯ এপ্ৰিল) আৰম্ভ হোৱাৰ পূৰ্বে মুঠ হিচাপহীন নগদ আদায়ক অতিক্ৰম কৰিছে। পাঁচ বছৰ পূর্বে লোকসভা নির্বাচনৰ সময়ত নগদ ধন আৰু অন্যান্য সামগ্রীত আদায় কৰা মুঠ ধনৰাশি আছিল ৩৪৭৫ কোটি টকা৷

লগতে পঢ়ক: ৭৬পৃষ্ঠাৰ ইস্তাহাৰত ৫৩খন নৰেন্দ্ৰ মোদীৰ ছবি! নিয়োগ,মূল্যবৃদ্ধিৰ দৰে প্ৰসংগ উপেক্ষাৰ অভিযোগ বিৰোধীৰ

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি বিগত ডেৰ মাহ ধৰি সমগ্ৰ দেশতে গড়ে ১০০ কোটিৰো অধিক হিচাপবিহীন নগদ ধন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে। আয়কৰ বিভাগ, ইডি, চিবিআই আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীয়ে যৌথভাৱে এই নগদ ধন, সুৰা, ড্ৰাগছ, বহুমূলীয়া ধাতু আৰু উপহাৰ উদ্ধাৰ কৰে বুলি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলত জনায়।

Apply Now

লগতে পঢ়ক: ছলমান খানৰ বাসগৃহত গুলীচালনাত নাম সাঙোৰ খাইছে লৰেঞ্চ বিষ্ণোই গেঙৰ

আয়োগৰ পৰিসংখ্যা অনুসৰি নগদ ধন আৰু অন্যান্য হিচাপহীন সামগ্ৰীকে ধৰি ১ মাৰ্চৰ পৰা পশ্চিম বংগত উদ্ধাৰ হোৱা মুঠ আনুমানিক ধন প্ৰায় ২১৯ কোটি টকা। এই ক্ষেত্ৰত ৰাজ্যখন অষ্টম স্থানত আছে। শীৰ্ষত থকা ৰাজস্থানত উদ্ধাৰ হয় ৭৭৮ কোটি টকা। ইয়াৰ উপৰিও গুজৰাটত ৬০৫ কোটি, তামিলনাডুত ৪৬০ কোটি, মহাৰাষ্ট্ৰত ৪৩১ কোটি, পঞ্জাবত ৩১১ কোটি, কৰ্ণাটকত ২৮১ কোটি, দিল্লীত ২৩৬ কোটি আৰু অন্যান্য হিচাপহীন সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: ৰাতি ভাল টোপনিৰ বাবে মহিলা মন্ত্ৰীক সুৰাপান কৰিবলৈ আহ্বান বিজেপি নেতাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd