• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম পৰ্যায়ৰ প্ৰচাৰ শেষ; সাতটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ শুকুৰবাৰে ১০২টা সমষ্টিত হ’ব ভোটগ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2024 9:02 am
ভোটগ্ৰহণৰ বাবে সাজু নিৰ্বাচনী বিষয়াসকল।    ফটোঃ সংগ্ৰহীত।

ভোটগ্ৰহণৰ বাবে সাজু নিৰ্বাচনী বিষয়াসকল। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে সন্ধিয়া ৭ বজাত প্ৰচাৰ অভিযান শেষ হোৱাৰ লগে লগে আৰম্ভ হ’ল অপেক্ষা। ৩৬ ঘণ্টাৰ পিছত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ পৰীক্ষা আৰম্ভ কৰিব। অষ্টাদশ লোকসভাৰ সাতটা পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্যায়ৰ প্ৰথম পৰ্যায়ত শুকুৰবাৰে ১৭খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

২০২৪ চনৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনত অসমৰ পাঁচটা সংসদীয় সমষ্টি- কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত ৩৫ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, বিজেপি সাংসদ তপন গগৈ আৰু প্ৰদান বৰুৱা।

প্ৰথম পৰ্যায়ৰ তালিকাত পশ্চিম বংগৰ কোচবিহাৰ, আলিপুৰদুৱাৰ আৰু জলপাইগুৰি সমষ্টিও আছে। লোকসভাৰ উপৰি অৰুণাচল প্ৰদেশৰ আটাইকেইটা বিধানসভা সমষ্টি আৰু ছিকিমৰ ৩২টা বিধানসভা সমষ্টিতো এই পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব।

Apply Now

লগতে পঢ়কঃ IPL 2024: দিল্লীৰ সন্মুখত অসহায় আত্মসমৰ্পণ গুজৰাটৰ! আহমেদাবাদত টাইটানছৰ বিৰুদ্ধে সহজ জয় কেপিটেলছৰ

শুকুৰবাৰে প্ৰথম পৰ্যায়ত অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, আন্দামান আৰু নিকোবৰ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীত এখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উল্লেখ্য যে  মণিপুৰত দুটা লোকসভা সমষ্টি আছে। ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ। কিন্তু নিৰ্বাচন আয়োগে আউটাৰ মণিপুৰক দুটা ভাগত বিভক্ত কৰি দুটা পৰ্যায়ত ভোটগ্ৰহণৰ সিদ্ধান্ত লৈছে। শুকুৰবাৰে আউটাৰ মণিপুৰৰ চুৰাচান্দপুৰ আৰু চাণ্ডেল জিলাৰ ১৫টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বাকী ১৩টাত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰিও বিহাৰৰ চাৰিটা, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ ছটা সমষ্টি, উত্তৰ প্ৰদেশৰ ৮টা আৰু ৰাজস্থানৰ ১২টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত সৰ্বাধিক ভোটগ্ৰহণ হৈছে তামিলনাডু। এই দক্ষিণ ভাৰতৰ ৰাজ্যৰ ৩৯টা লোকসভা সমষ্টিৰ আটাইকেইখনেই প্ৰথম পৰ্যায়ত নিৰ্বাচনলৈ যাব। 

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ড প্ৰস্তুতৰ বাবে কৰদাতাৰ ১৪ কোটি খৰচ কৰিলে মোদী চৰকাৰে; RTIত ফাদিল তথ্য

মণিপুৰৰ উপৰি নিৰ্বাচনৰ দিনটোত হিংসাত্মক পৰিস্থিতিৰ আশংকাৰ বাবে নিৰ্বাচন আয়োগে ছত্তীশগড়ৰ মাওবাদী অধ্যুষিত অঞ্চলসমূহত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd