• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্বাচনী বণ্ড প্ৰস্তুতৰ বাবে কৰদাতাৰ ১৪ কোটি খৰচ কৰিলে মোদী চৰকাৰে; RTIত ফাদিল তথ্য

by
April 17, 2024 8:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এবাৰ প্ৰেক্ষাপটত নিৰ্বাচনী বণ্ডৰ প্ৰসংগ৷ RTI কৰ্মী তথা অৱসৰপ্ৰাপ্ত নৌসেনাৰ বিষয়া লোকেশ বাট্ৰাই দাখিল কৰা আৰ টি আইৰ প্ৰশ্নৰ উত্তৰত প্ৰকাশ পোৱা তথ্য অনুসৰি নিৰ্বাচনী বণ্ড ছপা আৰু পৰিচালনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কৰদাতাৰ ধনেৰে প্ৰায় ১৪ কোটি টকাৰ বিল বহন কৰিছিল।

মুঠৰ ১২,০৪,৫৯,০৪৩ টকা ৩০টা পৰ্যায়ত ‘নিৰ্বাচনী বণ্ড বিক্ৰীৰ কমিচন’ হিচাপে লোৱা হৈছে৷ আনহাতে ১,৯৩,৭৩,৬০৪ টকা বণ্ড ছপা কৰোৱাৰ বাবে লোৱা হৈছে৷কমিছন ধনৰাশিৰ অৰ্থ হ’ল ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ড বিক্ৰী আৰু পৰিচালনাৰ বাবে লোৱা ধন। অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ আৰ টি আইৰ সঁহাৰিয়ে জনোৱা মতে, বণ্ড পৰীক্ষাৰ বাবে অতিৰিক্ত ৬,৭২০ টকাও এছ বি আইৰ দ্বাৰা আৰোপ কৰা হৈছিল।

এই বণ্ডসমূহ ছপা কৰাৰ দায়িত্ব দিয়া নাচিকস্থিত ইণ্ডিয়া ছিকিউৰিটি প্ৰেছেও ১০০০, ১০,০০০ , ১ লাখ, ১০ লাখ আৰু এক কোটি টকাৰ বণ্ড ছপা কৰাৰ বাবেও ধন লৈছিল৷

Apply Now

ছপা কৰা মুঠ বণ্ডৰ হিচাপ

১০০০ টকাৰ ২,৬৫,০০০খন নিৰ্বাচনী বণ্ড;
১০,০০০ টকাৰ ২,৬৫,০০০ খন বণ্ড;
১ লাখ টকাৰ ৯৩ খন হাজাৰ বণ্ড;
১০ লাখ টকাৰ ২৬ হাজাৰ খন বণ্ড; আৰু
১ কোটি টকাৰ ৩৩ হাজাৰখন বণ্ড।

মন কৰিবলগীয়া যে এই বণ্ডসমূহৰ ছপা আৰু পৰিচালনাৰ খৰচ দাতা বা গ্ৰহণকাৰীয়ে নহয় বৰঞ্চ চৰকাৰ আৰু কৰদাতাই বহন কৰিছিল।

ইয়াৰ পূৰ্বে বাট্ৰাই দাখিল কৰা আৰ টি আইত এইটোও প্ৰকাশ পাইছে যে ২০২৩ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে আঁচনিখনৰ সাংবিধানিকতাৰ ওপৰত ইতিমধ্যে ৰায় সংৰক্ষণ কৰি ৰখাৰ পাছত কেৱল ২০২৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰে ১ কোটি টকাকৈ ৮৩৫০টা নিৰ্বাচনী বণ্ড ছপা কৰিছিল।উল্লেখ্য যে এটা নিৰ্বাচনী বণ্ড ছপা কৰাৰ খৰচ ২৫ টকা হয়, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োটাই অতিৰিক্ত ৬% জিএছটি লয় বুলি দ্য ৱায়াৰে ইতিমধ্যে প্ৰকাশ কৰিছিল।

স্মৰ্তব্য যে, ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰিছিল। ইয়াক অসাংবিধানিক আৰু এই তথ্যৰ ভোটাৰৰ অধিকাৰ উলংঘা কৰা বুলি অভিহিত কৰাৰ বিপৰীতে আদালতে এছ বি আইক বণ্ডৰ সবিশেষ ইচিক দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd