• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোহলীয়েই মোৰ জীৱনৰ বিৰাট প্ৰেৰণা; জনালে অসামৰিক সেৱাৰ শীৰ্ষস্থানপ্ৰাপ্ত অনন্যাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2024 10:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰাট কোহলী মোৰ জীৱনৰ প্ৰেৰণা বুলি জনালে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষস্থানপ্ৰাপ্ত ডুনুৰু অনন্যা ৰেড্ডীয়ে। শেহতীয়াকৈ সৰ্বভাৰতীয় পৰ্যায়ৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে। সেই পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাতে শীৰ্ষস্থাপ্ৰাপ্তসকলৰ ভিতৰত আছে ২২ বছৰীয়া অনন্যা।

জীৱনৰ মূল্যবোধ, জীৱনৰ দৰ্শন সকলো যে দাৰ্শনিকসকলৰ পৰাই পোৱা যায়, সেয়া নহয়। চূড়ান্ত সাক্ষাৎকাৰত এই কথাই কৈছিল তেলেংগানাৰ এই প্ৰতিভাৱান ছাত্ৰীগৰাকীয়ে।

লগতে পঢ়কঃ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ শেষ; সাতটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ শুকুৰবাৰে ১০২টা সমষ্টিত হ’ব ভোটগ্ৰহণ

Apply Now

জ্যেষ্ঠ তীক্ষ্ণ-অভিজ্ঞ বিষয়াসকলৰ সন্মুখত নিঃসংকোচে অনন্যই কয়, “বিৰাট কোহলী কেৱল মোৰ প্ৰিয় ক্ৰিকেটাৰেই নহয়, কোহলী মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা। তেওঁ যি ধৰণে কাম কৰে, তেওঁৰ অদম্য প্ৰচেষ্টাৰ ফল পায়। মইও তেওঁৰ পথ অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁ। এটা কথা মানো, কঠোৰ পৰিশ্ৰমৰ ফল অথলে যাব নোৱাৰে। আজি আপুনি বিফল হ’ব পাৰে, কিন্তু  একে প্ৰচেষ্টাৰে আগবাঢ়ি গ’লে এদিন আপুনি চেম্পিয়নেই হ’ব। এয়া মোৰ জীৱন মন্ত্ৰ। কোহলীৰ পৰাই এই সকলোবোৰ শিকিছো।”

অনন্যা সৰুৰে পৰা অত্যন্ত মেধাৱী। স্কুল পৰ্যায়ৰ পৰীক্ষাত কেতিয়াও দ্বিতীয় হোৱা নাছিল। আটাইতকৈ ডাঙৰ কথাটো হ’ল অনন্যাই ঘড়ী কাষত লৈ পঢ়া নাই, কিন্তু যেতিয়াই মন যায়, তেতিয়াই কিতাপ এখন লৈ বহি থাকে। তেওঁ ভাবে যে প্ৰযুক্তিৰ সহায়তো লবই লাগিব, কিন্তু এইটোও ঠিক কিতাপৰ পঢ়াশুনাতোহে গুৰুত্বপূৰ্ণ। জানিবৰ বাবে কিতাপ পঢ়িব লাগিব।

লগতে পঢ়কঃ IPL 2024: দিল্লীৰ সন্মুখত অসহায় আত্মসমৰ্পণ গুজৰাটৰ! আহমেদাবাদত টাইটানছৰ বিৰুদ্ধে সহজ জয় কেপিটেলছৰ

পঢ়া-শুনা ভাল পোৱাৰ দৰে তেওঁ ক্ৰিকেটৰো অনুৰাগী। সময় পালেই টিভিত খেল চায়। এটা ইচ্ছা খেলপথাৰত গৈ কোহলীৰ খেল চাব। সেইবাবেই বাংগালুৰুত চাকৰিৰ সুযোগ আহিলে তালৈ যাবলৈ এবাৰো নাভাবে। গেলেৰীত বহি বিৰাটৰ খেল চোৱাৰ সপোন পূৰণ কৰিব বিচাৰে কৃতি আই এ এছ গৰাকীয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd