• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাইৰেল ভিডিঅ’ : অৰ্ধ উলংগ হৈ হঠাৎ দিল্লীৰ ৰাজহুৱা বাছত উঠিল সদ্যস্নাতা যুৱতী!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 18, 2024 5:37 pm
702
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত বিয়পি পৰিছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে এখন ব্যস্ত চহৰত চলি থকা এখন বাছত প্ৰৱেশ কৰিছে এগৰাকী অৰ্ধনগ্ন যুৱতীয়ে। এই ভিডিঅ’টো ৰাজধানী দিল্লীৰ এখন চিটি বাছৰ বুলি দাবী কৰিছে নেটিজেন সকলে।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে বাছত উঠা যুৱতীগৰাকী প্ৰায় উলংগ অৱস্থাত। অন্তৰ্বাসৰ বাহিৰে যুৱতীগৰাকীৰ শৰীৰত কোনো বস্ত্ৰ নাই। আনহাতে গোটেই শৰীৰ তিতি আছে অৰ্ধনগ্ন যুৱতীগৰাকীৰ।

যুৱতীগৰাকীৰ প্ৰৱেশৰ পিছতেই অস্বস্তিত পৰে বাছৰ আন যাত্ৰীসকল। আৰম্ভ হয় যুৱতীগৰাকীক লৈ বিভিন্ন জল্পনা কল্পনা। এতিয়ালৈকে এই ভিডিঅ’টো ক’ৰ হয় সেয়া স্পষ্ট হোৱা নাই যদিও নেটিজেন সকলৰ একাংশই এই ঘটনা দিল্লীৰ এখন ৰাজহুৱা বাছত সংঘটিত হোৱা বুলি দাবী কৰিছে।

এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই বিভিন্ন জনে বিভিন্ন মত প্ৰকাশ কৰিছে। একাংশ নেটিজেনে কৈছে য মানুহ ইমান নিৰ্লজ্জ হৈ পৰিছে। যুৱতীগৰাকীৰ এই কাণ্ডই বাছৰ আন যাত্ৰীসকলকো লজ্জাত পেলাইছে।

এগৰাকী নেটিজেনে ভিডিঅ’টোৰ সম্পৰ্কত লিখিছে – এয়া কেৱল নিৰ্লজ্জ কাণ্ডই নহয়, এয়া অসুৰক্ষিতও। 

আন এজনে লিখিছে – “ঠিক আছে, তাইক তাইৰ ইচ্ছামতে থাকিবলৈ দিয়ক। এই গৰম বতৰত যিমান কম কাপোৰ পিন্ধিব সিমানেই আৰামদায়ক অনুভৱ হয়। মই নিজেই এই টুইটটো কৰাৰ সময়ত অন্তৰ্বাস পিন্ধি আছোঁ।’  

আন এজন ব্যক্তিয়ে মতামত আগবঢ়াইছে এইদৰে – “ভাল, কাপোৰ নিপিন্ধা মহিলাৰ লগত অভ্যস্ত হওক, ৰাস্তাত অন্তৰ্বাস পিন্ধা পুৰুষক দেখি মহিলাসকলে কৰা আচৰণৰ দৰে আচৰণ কৰিবলৈ শিকক। আচৰিত হ’ব নালাগে। তাইক নিৰাপদ অনুভৱ কৰাওক আৰু চকু কপালত তুলি ঘূৰি ঘূৰি চোৱাতো বন্ধ কৰক। 

মুঠৰ ওপৰত এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ মত আগবঢ়াইছে। একাংশৰ নেতিবাচক আৰু ঘৃণাৰ মন্তব্যৰ বিপৰীতে আন একাংশ নেতিজেনে আগবঢ়াইছে ইতিবাচক মন্তব্য।

दिल्ली मेट्रो के बाद बसें…कोई जगह छूटनी नहीं चाहिए !! pic.twitter.com/xnIVQBqfRu

— Sachin Gupta (@SachinGuptaUP) April 17, 2024



ঘটনাৰ স্থান যিয়েই নহওক, যু্ৱতীগৰাকীৰ এই কাণ্ড এক ‘সামাজিক সম্পৰীক্ষা’ও হ’ব পাৰে বুলি মত আগবঢ়াইছে আন একাংশই।  

তদন্তৰ পিছতহে এই ঘটনাৰ স্থান সম্পৰ্কে স্পষ্ট হ’ব পৰা যাব।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd