• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাইৰেল ভিডিঅ’ : অৰ্ধ উলংগ হৈ হঠাৎ দিল্লীৰ ৰাজহুৱা বাছত উঠিল সদ্যস্নাতা যুৱতী!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 18, 2024 5:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক মাধ্যমত বিয়পি পৰিছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে এখন ব্যস্ত চহৰত চলি থকা এখন বাছত প্ৰৱেশ কৰিছে এগৰাকী অৰ্ধনগ্ন যুৱতীয়ে। এই ভিডিঅ’টো ৰাজধানী দিল্লীৰ এখন চিটি বাছৰ বুলি দাবী কৰিছে নেটিজেন সকলে।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে বাছত উঠা যুৱতীগৰাকী প্ৰায় উলংগ অৱস্থাত। অন্তৰ্বাসৰ বাহিৰে যুৱতীগৰাকীৰ শৰীৰত কোনো বস্ত্ৰ নাই। আনহাতে গোটেই শৰীৰ তিতি আছে অৰ্ধনগ্ন যুৱতীগৰাকীৰ।

Apply Now

যুৱতীগৰাকীৰ প্ৰৱেশৰ পিছতেই অস্বস্তিত পৰে বাছৰ আন যাত্ৰীসকল। আৰম্ভ হয় যুৱতীগৰাকীক লৈ বিভিন্ন জল্পনা কল্পনা। এতিয়ালৈকে এই ভিডিঅ’টো ক’ৰ হয় সেয়া স্পষ্ট হোৱা নাই যদিও নেটিজেন সকলৰ একাংশই এই ঘটনা দিল্লীৰ এখন ৰাজহুৱা বাছত সংঘটিত হোৱা বুলি দাবী কৰিছে।

এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই বিভিন্ন জনে বিভিন্ন মত প্ৰকাশ কৰিছে। একাংশ নেটিজেনে কৈছে য মানুহ ইমান নিৰ্লজ্জ হৈ পৰিছে। যুৱতীগৰাকীৰ এই কাণ্ডই বাছৰ আন যাত্ৰীসকলকো লজ্জাত পেলাইছে।

এগৰাকী নেটিজেনে ভিডিঅ’টোৰ সম্পৰ্কত লিখিছে – এয়া কেৱল নিৰ্লজ্জ কাণ্ডই নহয়, এয়া অসুৰক্ষিতও। 

আন এজনে লিখিছে – “ঠিক আছে, তাইক তাইৰ ইচ্ছামতে থাকিবলৈ দিয়ক। এই গৰম বতৰত যিমান কম কাপোৰ পিন্ধিব সিমানেই আৰামদায়ক অনুভৱ হয়। মই নিজেই এই টুইটটো কৰাৰ সময়ত অন্তৰ্বাস পিন্ধি আছোঁ।’  

আন এজন ব্যক্তিয়ে মতামত আগবঢ়াইছে এইদৰে – “ভাল, কাপোৰ নিপিন্ধা মহিলাৰ লগত অভ্যস্ত হওক, ৰাস্তাত অন্তৰ্বাস পিন্ধা পুৰুষক দেখি মহিলাসকলে কৰা আচৰণৰ দৰে আচৰণ কৰিবলৈ শিকক। আচৰিত হ’ব নালাগে। তাইক নিৰাপদ অনুভৱ কৰাওক আৰু চকু কপালত তুলি ঘূৰি ঘূৰি চোৱাতো বন্ধ কৰক। 

মুঠৰ ওপৰত এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ মত আগবঢ়াইছে। একাংশৰ নেতিবাচক আৰু ঘৃণাৰ মন্তব্যৰ বিপৰীতে আন একাংশ নেতিজেনে আগবঢ়াইছে ইতিবাচক মন্তব্য।

दिल्ली मेट्रो के बाद बसें…कोई जगह छूटनी नहीं चाहिए !! pic.twitter.com/xnIVQBqfRu

— Sachin Gupta (@SachinGuptaUP) April 17, 2024



ঘটনাৰ স্থান যিয়েই নহওক, যু্ৱতীগৰাকীৰ এই কাণ্ড এক ‘সামাজিক সম্পৰীক্ষা’ও হ’ব পাৰে বুলি মত আগবঢ়াইছে আন একাংশই।  

তদন্তৰ পিছতহে এই ঘটনাৰ স্থান সম্পৰ্কে স্পষ্ট হ’ব পৰা যাব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd