• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ এজাহাৰ দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2024 10:17 am
গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোডশ্বো। ফটো সৌজন্যঃ ছচিয়েল মিডিয়া।

গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোডশ্বো। ফটো সৌজন্যঃ ছচিয়েল মিডিয়া।

1.1k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ গুৱাহাটী ভ্ৰমণৰ সময়ত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে অসমৰ সাধাৰণ নাগৰিকে সন্মুখীন হোৱা কষ্টৰ উল্লেখ কৰি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে এখন এজাহাৰ (FIR) দাখিল কৰা হৈছে।

অসমৰ কংগ্ৰেছ নেতা ৰমেন কুমাৰ শৰ্মাই গুৱাহাটীৰ ভঙাগড় থানাত দাখিল কৰা এজাহাৰত প্ৰধানমন্ত্ৰীৰ মহানগৰ ভ্ৰমণৰ সময়ত বেৰিকেড আৰু যান-বাহন নিষেধাজ্ঞাৰ মাজত জনসাধাৰণৰ “দুৰ্দশাজনক অভিজ্ঞতা”ৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।

লগতে পঢ়কঃ নিৰ্বাচনী হিংসা! ডিব্ৰুগড়ৰ ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ সহযোগীৰ গৃহত অগ্নিসংযোগ

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে চহৰখনত আৰোপ কৰা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ  সময়ত সাধাৰণ লোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ৰূপৰেখা এজাহাৰখনত উল্লেখ কৰা হৈছে।

যোৱা ১৬ এপ্ৰিলত গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বাট-পথ ঘেৰাও কৰি বেৰিকেড লগোৱাত দৈনন্দিন জীৱনত অভূতপূৰ্ব ব্যাঘাতৰ সৃষ্টি হৈছিল।

যাতায়ত কৰা লোকসকলে বিস্তৃত যান-জঁটৰ মাজত আবদ্ধ হৈ পৰি পথ অৱৰোধৰ মাজত নিয়মীয়া যাত্ৰাত আলৈ আথানিৰ সন্মুখীন হৈছিল।

লগতে পঢ়কঃ LOKSABHA ELECTION 2024: উত্তৰ-পূবৰ ১৫খন লোকসভাৰ আসনৰ বাবে আৰম্ভ ভোটগ্ৰহণ

এজাহাৰৰ মতে, এই যান-বাহন নিষেধাজ্ঞাৰ পৰিণতি আতংকজনকভাৱে স্পষ্ট হৈ পৰিছিল যেতিয়া সংকটজনকভাৱে অসুস্থ ৰোগী কঢ়িয়াই অনা এম্বুলেন্স এখন জনবহুল ৰাজপথত আবদ্ধ হৈ পৰিছিল। 

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd