• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত ৮০ শতাংশ হিন্দু, ১৪ শতাংশ মুছলমান, কি ভয় খাইছে মোডীয়ে?-প্ৰশ্ন কাশ্মীৰৰ ওমৰ আব্দুল্লাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2024 10:44 am
দেশত ৮০ শতাংশ হিন্দু, ১৪ শতাংশ মুছলমান, কি ভয় খাইছে মোডীয়ে?-প্ৰশ্ন কাশ্মীৰৰ ওমৰ আব্দুল্লাৰ

ওমৰ আব্দুল্লা। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণক তীব্ৰ ভাষাত আক্ৰমণ কৰিছে। সোমবাৰে এখন নিৰ্বাচনী সভাত নেচনেল কনফাৰেঞ্চৰ নেতাগৰাকীয়ে কয় যে মোদীয়ে ধৰ্মৰ ভিত্তিত দেশক বিভাজন কৰিব বিচাৰে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে ধৰ্মৰ ভিত্তিত গোষ্ঠীৰ বিৰুদ্ধে গোষ্ঠীক যুঁজাব বিচাৰে। ফাৰুক আব্দুল্লাৰ পুত্ৰ ওমৰে কয় যে এয়া অতি উদ্বেগৰ বিষয়।

শ্বোপিয়ানত ওমৰ আব্দুল্লাই কয় যে এনে মন্তব্যবোৰ চলি আছে, যাতে ইটোৱে সিটোৰ বিৰুদ্ধে সংঘাতত লিপ্ত হয়। বিভিন্ন ধৰ্মৰ মাজত বিভেদ তুলি ধৰি সংঘাতৰ সৃষ্টিৰ চেষ্টা চলোৱা হৈছে। দেশৰ আন আন ঠাইত তেওঁলোকে কৈ ফুৰিছে যে হিন্দুসকল অস্তিত্বৰ সংকটত ভুগিছে। ওমৰে কয় যে দেশত হিন্দু জনসংখ্যাৰ হাৰ ৮০ শতাংশ। আৰু মুছলমান মাত্ৰ ১৪ শতাংশ। গতিকে ১৪ শতাংশ জনসংখ্যাৰ পৰা তেওঁলোকে কেনেধৰণৰ ভয় পাইছে?

লগতে পঢ়কঃ ৰাজস্থানত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যকলৈ ৰাজনৈতিক ধুমুহা; প্ৰতিবাদত একত্ৰিত বিৰোধী

ওমৰে লগতে কয়, মোক এটা প্ৰমাণ দেখুৱাওক য’ত এজন মুছলমানে নিজৰ অধিকাৰৰ বাহিৰত কোনো অতিৰিক্ত সুবিধা বিচাৰিছে? তেওঁৰ ভাষাত আমি কেতিয়াও আমাৰ অধিকাৰৰ বাহিৰত একো বিচৰা নাই। দেখুৱাওক কোনো মুছলমানে ভাৰতৰ সাংবিধানিক অধিকাৰৰ বাহিৰত অতিৰিক্ত সুবিধা বিচাৰিছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাজস্থানত এখন সভাত বিৰোধী দলক আক্ৰমণ কৰাৰ সময়তে মুছলমানৰ বিষয়টো টানি আনে। মোডীয়ে অভিযোগ কৰে যে কংগ্ৰেছে ক্ষমতালৈ আহিলে দেশৰ জনসাধাৰণৰ ধন, সম্পত্তি, গহনা জব্দ কৰি অনুপ্ৰৱেশকাৰী আৰু বহুত সন্তান থকা লোকৰ হাতত গতাই দিব।

দেওবাৰৰ পিছত সোমবাৰেও প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক মহিলাৰ অলংকাৰ চুৰি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত তীব্ৰ সমালোচনা কৰে। উত্তৰ প্ৰদেশৰ আলিগড়ত প্ৰচাৰ চলাওঁতে মোদীয়ে কয় যে কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰসকলে আপোনালোকৰ মংগলসূত্ৰ আৰু কাণফুলি ছিঙি নিবলৈ চেষ্টা কৰিছে। আপোনালোকৰ সঞ্চিত ধন-সম্পত্তি নিয়াৰ ষড়যন্ত্ৰ কৰিছে।

লগতে পঢ়কঃ IPL 2024: যশস্বীৰ অনবদ্য শতকেৰে দুৰ্দান্ত জয় ৰাজস্থানৰ; প্লে অফলৈ যোৱাৰ পথ কঠিন হ’ল হাৰ্দিকৰ মুম্বাইৰ

আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কাষত বহি মোডীয়ে মুছলমান ভোটাৰ প্ৰভাৱিত আলিগড়ৰ মহিলাসকলক কয় যে তেওঁলোকে আপোনাৰ ধন কাঢ়ি লৈ ​​দেশবাসীৰ মাজত বিতৰণ কৰাৰ কথা কৈছে। মুছলমান মহিলাৰ আৱেগক আলোড়িত কৰিবলৈ আগতে তিন তালাকে কেনেকৈ ছোৱালীৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল। কিন্তু, বিজেপি চৰকাৰ আহি তিন তালাক বিলুপ্ত কৰাৰ বাবে সকাহ পাইছে মুছলমান মাতৃ-ভগ্নীসকল। তেওঁলোক ৰক্ষা পৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd