• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ড° মনমোহন সিঙৰ বক্তব্যক বিকৃত ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থাপন কৰা কাৰ্যক বিৰোধিতা উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2024 3:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দেওবাৰে ৰাজস্থানৰ বাঁশৱাৰা নামৰ এখন ঠাইত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ এটা ভিডিও আমাৰ হাতত পৰিছেহি। ভাষণটোত তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু দেশৰ এটা নিৰ্দিষ্ট সম্প্ৰদায়ক অতি নিৰ্লজ্জভাৱে হেয় প্ৰতিপন্ন কৰিছে। তেখেতে তেখেতৰ বক্তব্যৰ সমৰ্থনত মনমোহন সিঙৰ এটা পুৰণি বক্তব্যৰ পৰা এটা অংশ প্ৰসংগ সংগতিহীনভাৱে আৰু বিকৃতভাৱে উপস্থাপন কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীৰ পদত থকা এগৰাকী ব্যক্তিয়ে ইমান সাম্প্ৰদায়িক মন্তব্য কৰাটোত আমি সঁচাকৈয়ে স্তম্ভিত। তেখেতৰ এনে বক্তব্য গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্যৰ সম্পূৰ্ণ বিৰোধী আৰু দেশত বৰ্তমান চলি থকা নিৰ্বাচনী আচৰণ বিধিৰো দেখ দেখ উলংঘন।

আমি নিম্ন স্বাক্ষৰকাৰীসকলে প্ৰধানমন্ত্ৰী মোদীৰ উক্ত বক্তব্যৰ তীব্ৰ নিন্দা কৰোঁ আৰু দেশৰ নিৰ্বাচন আয়োগক এই সন্দৰ্ভত বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাওঁ!

স্বাক্ষৰকাৰীসকল:
ডঃ হীৰেন গোহাঁই, কুলদা কুমাৰ ভট্টাচাৰ্য্য, ফাদাৰ থমাছ মেনামপৰমপীল, অপূৰ্ব শৰ্মা, হাইদৰ হুছেইন, ডঃ পৰমানন্দ মহন্ত, অজিত কুমাৰ ভূঞা, ডঃ চন্দ্ৰ মোহন শৰ্মা, ডঃ আবু নাছেৰ চাঈদ আহমেদ, ডঃ অৰূপা পটংগীয়া কলিতা, নিত্য বৰা, লক্ষ্মীনাথ তামুলী, শেৱালি চৌধুৰী, আব্দুল মান্নান, ডঃ মণিৰুল হুছেইন, ৰবীন দত্ত, দীপক গোস্বামী, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ, ডঃ ৰশ্মি গোস্বামী, যশোময়ী দেৱী, ইন্দ্ৰাণী দত্ত, সুমিত্ৰা হাজৰিকা, ৰাজেন কলিতা, শিৱানন্দ কাকতি, জ্ঞান পূজাৰী, দেৱব্ৰত দাস, সীতানাথ লহকৰ, ডাঃ তৌফিকুৰ ৰহমান বৰবৰা, পূৰ্ণেশ্বৰ নাথ, এছ আৰ শইকীয়া, ডঃ হাছিম আহমেদ, ধনীৰাম তালুকদাৰ, ডঃ কমল বৰা, দীনেশ দত্ত, আব্দুল চালাম, জিয়াউদ্দিন মুনুৱাৰুল হক, চন্দন চুতীয়া, মাইনী মহন্ত, সবিতা লহকৰ, ৰূপালীম দত্ত, সুপৰ্ণা লাহিড়ী বৰুৱা, চৈয়দা মছফিকা বেগম, আইনুদ্দিন আহমেদ, ডঃ ঘনশ্যাম নাথ, ডঃ অহিজুদ্দিন শ্বেইখ, নাৰায়ণ দেৱনাথ, দ্বিজেন বৰ্মন, ডাঃ জীৱন চন্দ্ৰ দত্তবৰুৱা, হৰিশ চন্দ্ৰ নাথ, নজিবুদ্দিন আহমেদ, ডাঃ ভবেশ ভাগবতী, ডাঃ অনিল কুমাৰ চৌধুৰী, ডঃ পিনাকী সেনগুপ্ত, ডাঃ সুজিত চক্ৰবৰ্তী, শংকৰ শইকীয়া, ডঃ পৰমানন্দ মজুমদাৰ, নীৰেন ঠাকুৰীয়া, গুণীন চৌধুৰী, দুদুলমণি শৰ্মা, গজেন কলিতা, বেদব্ৰত বৰা, চক্ৰেশ্বৰ কছাৰী, ৰেজা আহমেদ, ৰমনীকান্ত দাস, অঞ্জন গোস্বামী, গীতা দেৱী গগৈ, কানন মোহন দত্ত, জয়গোবিন্দ শইকীয়া, বেগম বিলকিছ বানু, ডঃ ৰেকিবুদ্দিন আহমেদ, জয়নাল আবেদিন, ডঃ হাফিজ আহমেদ, ডঃ দেৱব্ৰত শৰ্মা, দীপেন কাকতী, ত্ৰিদীব দত্ত, মৃদুল কুমাৰ বৰা, মনোৰঞ্জন গোস্বামী, মহেন্দ্ৰ খনিকৰ, যামিনী বৰবৰুৱা, দিব্যেন্দু দাস, প্ৰমোদ মহন্ত, দিলীপ কুমাৰ বৰদলৈ, নিৰ্মল গগৈ, নিৰঞ্জন মহন্ত, কমল শৰ্মা, চৈয়দ নফৰুল্লা ইন্তেজাম, চৈয়দ নুৰুল ইছলাম, মৰিয়ম বেগম, চৈয়দ ৰকিব হুছেইন, আবু নাচেৰ, জাৰজুম ইটে, হেম্বি আদা – অৰুণাচল প্ৰদেশ, মেৰী বেথ চানাটে- মণিপুৰ, কাইচৰবৰ পাইথো, তৰুণ ভাড়তীয়া, থমা ইউ ৰাংলি জুকি, ডঃ মোচেচ খাৰবিথাই – শ্বিলং, আম্বা জামিৰ, চেমুকেদিমা, আলেমটেমচি জামিৰ- নগালেণ্ড

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd