• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাকিস্তানে দখল কৰা ছিয়াচিন ভূখণ্ডত সুৰংগ নিৰ্মাণ, উপগ্ৰহৰ ছবিত দেখা গৈছে পথ নিৰ্মাণৰ কাম আৰু চীনা সেনাৰ গতিবিধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2024 5:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৱ লাডাখৰ পাছত এইবাৰ ছিয়াচিন। এইবাৰ পাকিস্তান দখল কৰা ভাৰতৰ ভূখণ্ডৰ শ্বাক্সগাম অঞ্চলত (সামৰিক ভাষাত ট্ৰেন্স কাৰাকোৰাম ট্ৰেক্ট) পথ আৰু সুৰংগ নিৰ্মাণৰ দৰে কাম চীনৰ দ্বাৰা কৰি থকাৰ কথা পোহৰলৈ আহিল। মেক্সাৰ টেকন’লজিয়ে প্ৰকাশ কৰা নতুন উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে অঞ্চলটোত স্থায়ী নিৰ্মাণ কাৰ্য চলাই আছে।

লগতে পঢ়ক: ৰে’ল বাতিলৰ ফলত আবদ্ধ কৰিমগঞ্জৰ শতাধিক ভোটাৰ; ভোটদানৰ পৰাও বঞ্চিত

১৯৪৮ চনত পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ সেই অঞ্চল দখল কৰে। ১৯৬০ চনত ইছলামাবাদে ছিয়াচেন হিমবাহৰ পূব প্ৰান্তত থকা শ্বাক্সগাম অঞ্চল বেইজিঙৰ হাতত অৰ্পণ কৰে। বিগত কেইবছৰমানৰ পৰা চীনা সেনাই ভাৰতৰ ভূখণ্ডৰ ভিতৰতো পূব লাডাখ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত গাঁও নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এইবাৰ চীনৰ অনুৰূপ কাম ছিয়াচেন অঞ্চলতো পোৱা গ’ল।

Apply Now

লগতে পঢ়ক: অনন্য! টী-২০ ক্ৰিকেটত ইণ্ডোনেছিয়াৰ স্পিনাৰৰ বিশ্ব অভিলেখ; ০ ৰানত দখল কৰিলে ৭টা উইকেট

কেইবছৰমানৰ আগতে উপগ্ৰহৰ ছবিত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা চীনৰ সামৰিক নিৰ্মাণ দলং নিৰ্মাণৰ কাৰ্যকলাপ দেখা গৈছিল। পাছত মেক্সাৰে প্ৰকাশ কৰা উপগ্ৰহৰ ছবিত দেখা গৈছে যে চীনৰ সেনাই এল এল চিৰ ওচৰৰ আকছাই অঞ্চলত স্থায়ী বাংকাৰ আৰু বৃহৎ সুৰংগ নিৰ্মাণ কৰিছে। ভাৰতৰ মতে জি জিনপিঙৰ সেনাবাহিনীৰ এই পদক্ষেপ ভৱিষ্যতৰ সংঘাতৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে লোৱা হৈছে।

লগতে পঢ়ক: পেলেষ্টাইনৰ সমৰ্থনত উলিওৱা প্ৰতিবাদত অংশগ্ৰহণ; ভাৰতীয় মূলৰ ছাত্ৰীক আমেৰিকাত গ্ৰেপ্তাৰ

২০২৩ চনৰ জুলাই-আগষ্ট মাহত লোৱা উপগ্ৰহৰ ছবিসমূহৰ বিশ্লেষণ অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশ্বাস কৰে যে মাটিৰ তলৰ বাংকাৰত গধুৰ অস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ লজিষ্টিক সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা আছে।

লগতে পঢ়ক: পিছলৈ খোজ কাঢ়ি পাইছেনে? উপকাৰিতা আছে পিছলৈ খোজ কঢ়াৰ

কাৰাকোৰাম ঘাইপথ (আনুষ্ঠানিকভাৱে চীন-পাকিস্তান ইকনমিক কৰিডৰ বা চিপিইচি নামেৰে জনাজাত) পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশৰ কাছগড়ৰ পৰা দক্ষিণ পাকিস্তানৰ গৱাদাৰ বন্দৰলৈকে গৈ শ্বাক্সগাম উপত্যকাৰ মাজেৰে পাৰ হৈ যায়। ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘বাই লেন’ ঘাইপথটো চীনৰ ‘ৱান বেল্ট ৱান ৰোড’ কাৰ্যসূচীৰ অন্যতম মূল অংশ। প্ৰতিৰক্ষা বিশেষজ্ঞৰ এটা অংশই বিশ্বাস কৰে যে যুদ্ধৰ পৰিস্থিতিত সৈন্য আৰু সামৰিক সঁজুলিৰ দ্ৰুত পৰিবহণৰ বাবে চীন সেনাই শ্বাক্সগাম-চিপিইচি সংযোগী পথ নিৰ্মাণ কৰি আছে। যিটো ভাৰতৰ বাবে অতিকৈ চিন্তনীয় বিষয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd