• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: অনবদ্য বিৰাট-ডু প্লেছিছ; গীলৰ গুজৰাট টাইটানছৰ বিৰুদ্ধে আৰচিবিৰ জয়ৰ হেট্ৰিক, পিছে কি হ’ব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2024 7:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আই পি এলৰ পৰা আৰ চি বিৰ আৰু একো পাবলগীয়া নাই আৰু হেৰুৱাবলগীয়া একো নাই। যোৱা ১৬টা ছিজনৰ দৰেই এইবাৰো অনুৰাগীসকলে ট্ৰফী জয়ৰ ওচৰ চাপি অহাৰ সপোন দেখাটো বাদ দিছে। লগতে ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে দলটোৱে প্লে অফলৈ যোৱাৰ কোনো উপায় নাই।

গতিকে, যেতিয়া এই সকলোবোৰ চিন্তা মনৰ পৰা আঁতৰি গৈছে, তেতিয়া ফাফ ডু প্লেছিছৰ দলটোৱে ভাল ফলাফল দেখা পাইছে। শনিবাৰে চিন্নাস্বামীত বৰ্তমান আৰু প্ৰাক্তন অধিনায়কগৰাকীৰ কিছু বিস্ফোৰক বেটিঙত ভেজা দি বেংগালুৰুৱে গুজৰাটৰ বিৰুদ্ধে জয়লাভ কৰে।

ডু প্লেছিয়ে টছত জয়লাভ কৰি শুভমন গীল বাহিনীক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায়। কিন্তু আৰম্ভণিতে গুজৰাটৰ শীৰ্ষ ক্ৰমত আঘাত হানে মহম্মদ ছিৰাজে। কেইবাখনো মেচত বিপক্ষৰ ৰানৰ পকেট ভৰাই দিয়া পেচাৰগৰাকীয়ে শনিবাৰৰ দিনটোত আতংকৰ সৃষ্টি কৰে।

Apply Now

মাত্ৰ ২ ৰানত পেভিলিয়নলৈ উভতিল অধিনায়ক গীল। ঋদ্ধিমান সাহা ১ ৰানত আউট হয়। মিডল অৰ্ডাৰ বেটছমেনৰ বেটিঙেৰে পুনৰ ৰানৰ মাজলৈ আহিছিল গুজৰাটে। শ্বাহৰুখ খান (৩৭), ডেভিদ মিলাৰ (৩০) আৰু ৰাহুল টিওটিয়াই ৩৫ ৰান কৰি দলটোক ডেৰশৰ ওচৰলৈ লৈ যায়। কিন্তু গীল বাহিনীয়ে উপলব্ধি কৰিছিল যে সেই ৰান সংখ্যা জয়ী হ’বলৈ যথেষ্ট নহয়। ঘটিলো তেনেকুৱাই।

আৰম্ভণিৰ খেলৰ প্ৰকৃতিয়ে ভৱিষ্যতৰ কথা কয়। আই পি এলত অৱশ্যে এই উক্তি সদায় প্ৰযোজ্য নহয়। কাৰণ মাত্ৰ শুকুৰবাৰে মুম্বাই বনাম কে কে আৰ মেচত কাৰ্যতঃ অঘটন ঘটিল। কম ৰানৰ লক্ষ্যতো উপনীত হ’ব নোৱাৰিলে হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছে।

ডু প্লেছিছ আৰু কোহলীয়ে দুৰ্দান্ত আৰম্ভণি কৰিছিল যদিও মিডল অৰ্ডাৰ ভাঙি পৰে। কিন্তু শেষত দীনেশ কাৰ্তিকৰ অপৰাজিত ২১ ৰানৰ সৌজন্যত আৰ চি বিয়ে জয়ী হ’বলৈ বিশেষ সংগ্ৰাম কৰিবলগীয়া নহ’ল। গুজৰাটৰ ঘৰুৱা ষ্টেডিয়ামত গীল বাহিনীক পৰাস্ত কৰাৰ পাছত কোহলীৰ দলটোৱে নিজৰ ঘৰুৱা ষ্টেডিয়ামৰ পৰা ২ পইণ্ট লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

গুজৰাট টাইটানছ: ১৪৭/১০ (শ্বাহৰুখ-৩৭, টেওটিয়া-৩৫)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু: ১৫২/৬ (কোহলী-৪২,ডু প্লেছিছ-৬৪)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ৪ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd