• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IPL 2024 Final: ফাইনেলত হায়দৰাবাদৰ অসহায় আত্মসমৰ্পন; ১০ বছৰ পিছত পুনৰ চেম্পিয়ন কলকাতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2024 7:20 am
4.9k
VIEWS
Share on FacebookShare on Twitter

কলকাতা নাইট ৰাইডাৰ্ছে ১৪খন মেচত ৯খন জয় আৰু ২০ পইণ্ট লাভ কৰি লীগ টেবুলৰ এক নম্বৰৰ পৰা প্লে অফত প্ৰৱেশ কৰিছিল। আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৪খন মেচত ৮খনত জয়েৰে ধৰি ১৭ পইণ্ট লাভ কৰি দ্বিতীয় স্থানৰ পৰা প্লে অফত প্ৰৱেশ কৰিছিল।

পিছত আই পি এল ২০২৪ৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ফাইনেলৰ পোনপটীয়া টিকট লাভ কৰিছিল কলকাতাই। প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱাৰ পিছতো ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰত জয়লাভ কৰি ছানৰাইজাৰ্ছে খিতাপ যুঁজৰ টিকট নিশ্চিত কৰিছিল।

এইবাৰ চিপকত প্ৰতিযোগিতাৰ ফাইনেলত পুনৰ মুখামুখি হয় কলকাতা আৰু হায়দৰাবাদ। শেষত হাই ভল্টেজ ফাইনেলখনত কলকাতাই হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়টো আই পি এল খিতাপ দখল কৰে।

৩ অভাৰত মাত্ৰ ১৪ ৰান দি ২ টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে। তেওঁ ২টা কেচো ধৰিছিল।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ১১৩ ৰানৰ প্ৰত্যুত্তৰত কেকেআৰে ১০.৩ অভাৰতে ২টা উইকেটৰ বিনিময়ত ১১৪ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। ৫৭টা বল বাকী থকা অৱস্থাত নাইট ৰাইডাৰ্ছে ৮ উইকেটত জয়লাভ কৰে।

আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছ ১০ বছৰৰ পাছত পুনৰ চেম্পিয়ন হয়। ২০১২ আৰু ২০১৪ চনৰ পিছত ২০২৪ চনত কেকেআৰে আইপিএলৰ ট্ৰফী লাভ কৰিলে। এয়া তেওঁলোকৰ তৃতীয়টো আই পি এল খিতাপ। ২৬টা বলত ৫২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ভেংকটেশ আয়াৰ। অধিনায়ক শ্ৰেয়াছে কৰে ৬ ৰান। 

Recent News

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

ডেনমাৰ্কত অৱসৰৰ বয়স হ’ব ৭০ বছৰ, ইউৰোপৰ ভিতৰতে হ’ব সৰ্বাধিক

সৰ্প দংশনত ৪৭ জনৰ ২৮০ বাৰ মৃত্যু! বিজেপি শাসিত মধ্যপ্ৰদেশত বিয়াগোম দুৰ্নীতি

সৰ্প দংশনত ৪৭ জনৰ ২৮০ বাৰ মৃত্যু! বিজেপি শাসিত মধ্যপ্ৰদেশত বিয়াগোম দুৰ্নীতি

ভাইমন দা-এক পৰিক্ৰমা

ভাইমন দা-এক পৰিক্ৰমা

সলনি হ’ব নেকি ‘কৌন ব’নেগা কড়োৰপতি’ৰ সূত্ৰধাৰ! চলিছে গুঞ্জন

সলনি হ’ব নেকি ‘কৌন ব’নেগা কড়োৰপতি’ৰ সূত্ৰধাৰ! চলিছে গুঞ্জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd