• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কাশ্মীৰী পণ্ডিত সন্দৰ্ভত মৌন কিয়?’- পেলেষ্টাইনৰ সমৰ্থনত পোষ্ট কৰাৰ বাবে ট্ৰলৰ সন্মুখীন জাতীয় অধিনায়ক ৰোহিত শৰ্মাৰ পত্নী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2024 8:32 pm
7.2k
VIEWS
Share on FacebookShare on Twitter

‘সকলোৰে চকু ৰাফাৰ ওপৰত'(All eyes on Rafah)। ছ’চিয়েল মিডিয়াত ৰোহিতৰ পত্নী ঋতিকা সাজদৰ এই পোষ্টটোক লৈ সমালোচনাৰ ধুমুহাৰ সৃষ্টি হৈছে। কেৱল ঋতিকা নহয়, মাধুৰী দীক্ষিতেও একেটা পোষ্ট সামাজিক মাধ্যমত দিয়াৰ পাছত আক্ৰমণৰ সন্মুখীন হোৱাত ডিলিট কৰি দিয়ে।

ভাৰতীয় দলৰ সৈতে টি-২০ বিশ্বকাপ খেলিবলৈ বৰ্তমান আমেৰিকাত আছে ৰোহিত শৰ্মা। আৰু দেশত ঋতিকাই ইনষ্টাগ্ৰামত ৰাফাৰ ওপৰত পোষ্ট কৰিলে। যুদ্ধবিধ্বস্ত গাজা ষ্ট্ৰিপৰ ৰাফাহত আশ্ৰয় লৈছে পেলেষ্টাইনীসকল। তাৰ প্ৰতি সহানুভূতিশীল ৰোহিতৰ পত্নীৰ বাৰ্তাত ৰুষ্ট একাংশ নেটিজেন।

হৃতিকাৰ এই পোষ্টৰ পাছত ছ’চিয়েল চাইটত একাংশই লিখিছে- “ঋতিকা হঠাতে কিয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গ’ল?তেওঁ ব্ৰাহ্মণ সন্তান, দেশত কাশ্মীৰী পণ্ডিতক আক্ৰমণ কৰাৰ সময়ত তেওঁ ক’ত আছিল? পাকিস্তান অধিকৃত কাশ্মীৰত সংখ্যালঘুৰ ওপৰত ইমান আক্ৰমণ হৈছিল, সেই সময়ত আপুনি কিয় মৌন আছিল? আৰু হঠাৎ পেলেষ্টাইনৰ জনসাধাৰণৰ ওপৰত ইমান দয়া কিয়?”

Meet Ritika Sajdeh, wife of Rohit Sharma.

“Did she ever talk about Kashmiri Pandits?”
-No

“Did she ever talk about the vιolence happening by a specific community in India?”
-No

“Did she ever raise her voice for Hindus being persecuted in Pakistan and Bangladesh?”
-No

“Did she… pic.twitter.com/SFNrMHOtAM

— Mikku 🐼 (@effucktivehumor) May 28, 2024

ছানিয়া মিৰ্জাৰ পৰা আৰম্ভ কৰি কৰীনা কাপুৰ, বৰুণ ধাৱানৰ পৰা দিয়া মিৰ্জালৈকে সকলোৱে ইজৰাইলৰ আগ্ৰাসনৰ বিৰুদ্ধে পেলেষ্টাইনীৰ পক্ষত থিয় দিছে। আনকি অষ্ট্ৰেলিয়াৰ বিখ্যাত ক্ৰিকেটাৰ ট্ৰেভিছ হেডেও লিখিছে, “প্ৰতিজন মানুহৰ জীৱনৰ মূল্য আছে।মানুহৰ মৃত্যুৰ বিৰুদ্ধে বৈষম্য কৰা উচিত নহয়।”

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd