• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ আফ্ৰিকাৰ সাধাৰণ নিৰ্বাচন; ৫০ শতাংশ সমষ্টিৰ ভোট গণনাৰ পিছত আগবাঢ়ি আছে এএনচি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2024 1:24 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আফ্ৰিকাৰ সাধাৰণ নিৰ্বাচনৰ ৫০ শতাংশ ভোট গণনা সম্পূৰ্ণ হৈছে। এতিয়ালৈকে পোৱা ফলাফল অনুসৰি শাসকীয় আফ্ৰিকান নেচনেল কংগ্ৰেছে (এএনচি) ৪২.৮৫ শতাংশ ভোট লাভ কৰি আগবাঢ়ি আছে। শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰে।

৫০ শতাংশ সমষ্টিৰ ভোট গণনাত ২৩.৩২ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে ডেম’ক্ৰেটিক এলায়েন্স দল। আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ সমৰ্থিত উমখুণ্টো উই ছিজ (এম কে) দলটোৱে ১০.৩৫ শতাংশ ভোট লাভ কৰি তৃতীয় স্থানত আছে। ৫০ শতাংশ ভোট গণনাৰ অন্তত কট্টৰ বাওঁপন্থী দল ইকনমিক ফ্ৰিডম ফাইটাৰছে (ই এফ এফ) ৯.৫৬ শতাংশ ভোট লাভ কৰে।

লগতে পঢ়কঃ আদালতত দোষী সাব্যস্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; ১১ জুলাইত ঘোষণা হ’ব শাস্তি

Apply Now

দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যৰ অন্ত পৰাৰ পিছত ১৯৯৪ চনৰ অংশগ্ৰহণমূলক নিৰ্বাচনত বৰ্ণবৈষম্য বিৰোধী নেতা নেলছন মেণ্ডেলাৰ নেতৃত্বত এএনচিয়ে জয়লাভ কৰে। ইয়াৰ পিছত পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়। ৩০ বছৰ ধৰি ক্ষমতাত আছে এ এন চি। কিন্তু ক্ষমতা অক্ষুণ্ণ ৰখাৰ পিছতো এ এন চিৰ ভোট হ্ৰাস পাই আহিছে। যোৱা ২০১৯ চনৰ নিৰ্বাচনত এএনচিয়ে ৫৭ শতাংশতকৈ অলপ বেছি ভোট লাভ কৰিছিল।

বাতৰি অনুসৰি, এ এন চিয়ে নির্বাচনত ৫০ শতাংশ ভোট বা ২০১খন আসন নাপালে মিত্রজোঁটৰ চৰকাৰ গঠনৰ পথত আগবাঢ়িব লাগিব৷ এই ক্ষেত্ৰত ইকনমিক ফ্ৰিডম ফাইটাৰছৰ জুলিয়াছ মালেমাই ‘কিং মেকাৰ’ৰ ভূমিকা পালন কৰিব পাৰে। তেওঁ এ এন চি এৰি নতুন দল গঠন কৰিছিল। ইয়াৰ বাহিৰেও জেকব জুমাৰ এম কে দলৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ দেশলৈ উভতিল যৌন কেলেংকাৰীত অভিযুক্ত প্ৰজ্বল ৰেভান্না; বিমানবন্দৰতে গ্ৰেপ্তাৰ

অৱশ্যে দুয়োটা দলৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাটো এএনচিৰ বাবে কঠিন হ’ব। মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ চৰ্ত হিচাপে উপ-ৰাষ্ট্ৰপতি আৰু বিত্তমন্ত্ৰী পদৰ দাবী জনাইছে ইকনমিক ফ্ৰিডম ফাইটাৰছৰ দলে। আনহাতে, এম কে দলে ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই পদত্যাগ কৰিব লাগে আৰু ৰাষ্ট্ৰপতিৰ ক্ষমাদানৰ জৰিয়তে জেকব জুমাৰ বিৰুদ্ধে থকা সকলো দুৰ্নীতিৰ গোচৰ প্ৰত্যাহাৰ কৰিব লাগে বুলি চৰ্ত বান্ধি দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd