• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সঁচাই নিজতকৈ ৯ বছৰে ডাঙৰ অভিনেত্ৰীৰ সৈতে প্ৰেম শুভমনৰ! ওলাইছে বিবাহৰ গুঞ্জনো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2024 1:03 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ শুভমন গীলৰ বিয়া বুলি গুঞ্জন উঠিছে। সেয়া  ছাৰা আলী খান বা ছাৰা তেণ্ডুলকাৰ নহয়, শুভমনৰ বিবাহৰ পাত্ৰী আন এগৰাকী বলীউডৰ অভিনেত্ৰী ৰিধিমা পণ্ডিত।

আনকি, দৰা-কইনাৰ পৰিয়ালে এই বিবাহৰ বাবে সন্মতি দিয়া বুলিও চৰ্চা চলিছে। অহা ডিচেম্বৰ মাহত হ’ব পাৰে শুভমন আৰু ৰিধিমাৰ বিয়া! সেয়ে স্বাভাৱিকতে প্ৰশ্ন উঠিছে, সঁচাই দুই ছাৰাক পাহৰি শুভমনৰ মন জুৰি এতিয়া কেবল ৰিধিমা?

অভিনেত্ৰী ৰিধিমাই অৱশ্যে নিজেই এই গুঞ্জনৰ উত্তৰ দিছে। তেওঁ সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ ক’লে যে, ‘আজি পুৱাৰে পৰা শুভেচ্ছাৰ জোৱাৰ উঠিছে। মোৰ বিয়াৰ বাবে সকলোৱে অভিনন্দন জনাইছে। প্ৰথমে বুজি পোৱা নাছিলো। পিছত এই গুঞ্জনৰ খবৰটো পাই ভাবিলোঁ এতিয়া মুখ খোলা উচিত।’

Apply Now
ৰিধিমা পণ্ডিত আৰু শুভমন গীল। ফটোঃ সংগ্ৰহীত।

ৰিধিমাই ক’লে, ‘মই শুভমনক চিনিয়ে নাপাওঁ। আমি কেতিয়াও লগ হোৱা নাই। এই খবৰটো কেনেকৈ ওলাল মই বুজি পোৱা নাই। মই একেবাৰে ছিংগল। নিশ্চিতভাৱে বিয়া পাতিবলৈ মন যায়। কিন্তু শুভমনৰ লগত নহয়। শুভমনৰ নামৰ সৈতে জড়িত কৰি যি খবৰ ওলাইছে সেয়া ভুৱা।’ আনকি, ৰিধিমাই এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্টো দিছে।

উল্লেখ্য যে ১৯৯০ চনত জন্মগ্ৰহণ কৰা ৰিধিমা শুভমনতকৈ প্ৰায় ৯ বছৰ ডাঙৰ। নাগিনৰ সপ্তম ছিজনৰ পৰাই টিভিত অভিষেক ঘটাইছে। বিগ বছ অ’টিটিৰ প্ৰথম ছিজনতো তেওঁক দেখা গৈছিল। ‘বহু হামাৰী ৰজনীকান্ত’, ‘খটৰা খটৰা খটৰা’ৰ দৰে টেলিভিছন শ্ব’তো তেওঁক দেখা গৈছিল। এই মুহূৰ্তত তেওঁ ধাৰাবাহিকৰ কামত ব্যস্ত। ইফালে শুভমন ব্যস্ত বিশ্বকাপত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd