• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন শেষ হোৱাৰ পিছতে RBIয়ে ঘোষণা কৰিলে নতুন ৰেপো ৰেট; সকাহ পালেনে সাধাৰণ ৰাইজে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 7, 2024 12:21 pm
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গৱৰ্ণৰ শক্তিকান্ত দাস। ফটোঃ সংগ্ৰহীত।

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গৱৰ্ণৰ শক্তিকান্ত দাস। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন শেষ হোৱাৰ পিছতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই (RBI) নতুন ৰেপো ৰেট ঘোষণা কৰিলে। সাধাৰণ জনতাক সকাহ দি এইবাৰো সুতৰ হাৰ বৃদ্ধি কৰা হোৱা নাই। আকৌ ৰেপো ৰেট হ্ৰাসো কৰা নহ’ল। ইয়াৰ লগে লগে ৰিজাৰ্ভ বেংকে একেৰাহে ৮টা ত্ৰৈমাসিকলৈ ৰেপ’ ৰেট অপৰিৱৰ্তিত ৰাখিলে।

ইয়াৰ পূৰ্বে একেৰাহে ৭টা ত্ৰৈমাসিকত ৰেপ’ ৰেট বৃদ্ধি কৰা হোৱা নাছিল। কিন্তু মুদ্ৰাস্ফীতি হুৰাহুৰে বাঢ়ি আহিছিল। বহুতে ধাৰণা কৰিছিল যে ভোটদানৰ পিছত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ ৰিজাৰ্ভ বেংকে সুতৰ হাৰ সামান্য বৃদ্ধি কৰিব পাৰে। কিন্তু নিৰ্বাচনৰ ফলাফলৰ পিছতো সুতৰ হাৰ বৃদ্ধি কৰা নহ’ল।

লগতে পঢ়কঃ উত্তৰ পূবৰ ৩ খন ৰাজ্যত এনডিএৰ পৰাজয়ৰ বাবে কাক জগৰীয়া কৰিলে হিমন্ত বিশ্বই? সৰৱ গৌৰৱ

Apply Now

শুকুৰবাৰে ৰিজাৰ্ভ বেংকৰ মানিটাৰি পলিচি কমিটীৰ বৈঠকৰ অন্তত আগন্তুক ত্ৰৈমাসিকতো সুতৰ হাৰ অপৰিৱৰ্তিত থাকিব বুলি জনোৱা হয়। অৰ্থাৎ অহা তিনিমাহৰ বাবে ৰেপো ৰেট ৬.৫ শতাংশই থাকিব।

২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনলৈ ৰেপ’ ৰেট ২৫০ বেছিছ পইণ্ট বৃদ্ধি পাইছে। ফলত ব্যৱসায়ীৰ পৰা ঋণ গ্ৰহণকাৰী সাধাৰণ মানুহলৈকে সকলোৱে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। মূল্যবৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ গৈ সাধাৰণ জনতাৰ ওপৰতো আৰ্থিক চাপ বৃদ্ধি পাইছিল। ঘৰ, গাড়ীৰ ঋণৰ সুতৰ হাৰো ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল।

যোৱা বছৰৰ পৰা অৱশ্যে তাৰ পৰা অলপ সকাহ আহিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত এবাৰো বৃদ্ধি হোৱা নাছিল ৰেপো ৰেট। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আৰম্ভণিতেও সুতৰ হাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিয়ে।

লগতে পঢ়কঃ এক্সিট প’লৰ জৰিয়তে শ্বেয়াৰ দুৰ্নীতিৰ অভিযোগ; জেপিচি দাবীৰে আৰম্ভণিতে মোডীক চাপত পেলালে ৰাহুলে!

মুদ্ৰা সমিতিৰ বৈঠকৰ অন্তত গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে ২০২২ চনত মূল্যবৃদ্ধিৰ যি আশংকাৰ সৃষ্টি হৈছিল, সেইটো বহু পৰিমাণে হ্ৰাস পাইছে। বৰ্তমান মুদ্ৰাস্ফীতিৰ হাৰ প্ৰায় ৪ শতাংশ ৰখাৰ প্ৰচেষ্টা চলোৱা হৈছে। সাধাৰণ মানুহে আৰু কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগিব বুলি আশা কৰিছে শীৰ্ষ বেংকটোৱে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd