• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ গুলীত নিহত ৭ মাওবাদী, উদ্ধাৰ বহু অস্ত্ৰ-শস্ত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2024 3:14 pm
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

1.4k
VIEWS
Share on FacebookShare on Twitter

ছত্তীশগড়ৰ দান্তেৱাড়াত আৰক্ষীৰ গুলীত নিহত হৈছে ৭জন মাওবাদী। শুকুৰবাৰে নিশা জিলা ৰিজাৰ্ভ গোটৰ সৈতে মাওবাদীৰ সংঘৰ্ষ ঘটে। নাৰায়ণপুৰ সীমান্তৱৰ্তী কোণ্ডাগাঁও আৰু দান্তেৱাড়াত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলি সংঘটিত হয়।

শনিবাৰে আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে জানিবলৈ দিয়া মতে, এই তালাচী অভিযান এতিয়াও অব্যাহত আছে। অৱশ্যে আজি পুৱা উদ্ধাৰ কৰা হয় ৭ গৰাকী মাওবাদীৰ মৃতদেহ। একে সময়তে অভিযানত বৃহৎ পৰিমাণৰ অত্যাধুনিক আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়।

আনহাতে, মাওবাদীৰ গুলীত আহত হয় নাৰায়ণপুৰ ডি আৰ জিৰ তিনিজন জোৱান। তেওঁলোকক ইষ্ট বষ্টাৰৰ গোবেল অঞ্চলৰ পৰা হেলিকপ্টাৰেৰে চিকিৎসাৰ বাবে অনা হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নাৰায়ণপুৰ, কোণ্ডাগাঁও, দান্তেৱাড়া আৰু জগদলপুৰৰ ডি আৰ জি আৰু ভাৰত-তিব্বতী সীমান্ত আৰক্ষীৰ ৪৫টা বেটেলিয়নে এই যৌথ অভিযান চলায়।

লগতে পঢ়কঃ নাগালেণ্ডত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিলে অসমৰ ব্যৱসায়ীক

মাওবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে যৌথ বাহিনীয়ে অঞ্চলটোত আক্ৰমণ কৰে। আবুঝমাৰ অঞ্চলত হঠাতে মাওবাদীয়ে গুলীচালনা কৰাত নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২ মে’ত নাৰায়ণপুৰ জিলাৰ দুৰ্মী গাঁৱত এটা মোবাইল টাৱাৰত জ্বলাই দিয়া হৈছিল। আনহাতে, ২৫ মে’ত বিজাপুৰৰ এখন অৰণ্যত সংঘটিত হোৱা এনকাউণ্টাৰত দুজন মাওবাদী নিহত হৈছিল। 

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd