• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাৰিয়ানাত ল’ৰিছে বিজেপিৰ খুঁটি! ভোটাৰক আকৰ্ষিত কৰিবলৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিনামূলীয়া বাছসেৱাৰ প্ৰতিশ্ৰুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2024 10:46 am
2.1k
VIEWS
Share on FacebookShare on Twitter

শেষ হ’ল লোকসভা নিৰ্বাচন। এতিয়া কিছু ৰাজ্যত বিধানসভা নিৰ্বাচনৰ আগমন ঘটিছে। লোকসভাৰ ফলাফল দেখি হাৰিয়ানাত অস্বস্তিত পৰিছে বিজেপি। যাৰ বাবে ৰাজ্যখনত বিজেপি চৰকাৰে ঘোষণা কৰিছে নতুন আঁচনি।চৰকাৰখনে দৰিদ্ৰ লোকক বিনামূলীয়া বাছ সেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে আগবাঢ়িছে৷

শুকুৰবাৰৰ পৰা হাৰিয়ানা চৰকাৰে ৰাজ্যত ‘হেপি কাৰ্ড’ বিতৰণ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী নাইব সিং ছাইনীয়ে ঘোষণা কৰে যে এই কাৰ্ডেৰে ৰাজ্যবাসীয়ে ১০০০ কিলোমিটাৰ পৰ্যন্ত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। হাৰিয়ানাৰ যিসকল নাগৰিকৰ বাৰ্ষিক আয় ১ লাখ টকা বা তাতকৈ কম, তেওঁলোকে এই সুবিধা লাভ কৰিব। এই প্ৰকল্পৰ নাম অন্ত্যোদয় পৰিয়াল পৰিৱহন যোজনা।

হাৰিয়ানা চৰকাৰে গুৰুগ্ৰাম আৰু কাষৰীয়া অঞ্চলত প্ৰথম অৱস্থাত কাৰ্ড বিতৰণ আৰম্ভ কৰিছে। তেওঁলোকৰ এজন বিষয়াই কয়, “এতিয়ালৈকে ৫৯,৭০৮ জন লোকক হেপি কাৰ্ড দিয়া হৈছে। মুঠ ২৩ লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিব।” মন কৰিবলগীয়া যে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ আৰু দিল্লীৰ ইউ পি চৰকাৰেও আগতে এনে আঁচনি আনিছিল।

অহা চাৰি মাহৰ ভিতৰত হাৰিয়ানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ ফলাফল ৰাজ্যিক বিজেপিৰ বাবে ভাল লক্ষণ নাছিল। তাত ১০খন আসনৰ ভিতৰত মাত্ৰ ৫খন আসনহে লাভ কৰিছে বিজেপিয়ে। বাকী পাঁচটাত কংগ্ৰেছে জয়লাভ কৰে। বহুতে ভাবে যে এই ফলাফল দেখি বিজেপিক ৰাজ্যখনত জোকাৰি গৈছে। গতিকে এই আচনিখন খৰখেদাকৈ আৰম্ভ কৰা হ’ল।

Recent News

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd