• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

JEE Advance 2024 ৰ ফলাফল ঘোষণা; ৩৫৫ নম্বৰেৰে প্ৰথম স্থান লাভ দিল্লীৰ বেদ লাহোতিৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 9, 2024 1:39 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ঘোষণা কৰা হ’ল Joint Entrance Exam Advanceৰ ফলাফল। ৪৮ হাজাৰ ২৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ মাজত মাত্ৰ ৭ হাজাৰ ৯৬৪ গৰাকী ছাত্ৰী। দিল্লী জ’নৰ পৰা বেদ লাহোতিয়ে চলিত বৰ্ষত যৌথ প্ৰৱেশ পৰীক্ষা এডভান্সত প্ৰথম স্থান দখল কৰে। মন কৰিব যে দেশৰ ২৩ খন IIT ত নামভৰ্তিৰ বাবে JEE Advanced পৰীক্ষা অনুষ্ঠিত হয়। এইবাৰ ১ লাখ ৮০ হাজাৰ ২০০ পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত ১ আৰু ২ নং পেপাৰৰ উত্তৰ দিবলৈ অৱতীৰ্ণ হৈছিল।

ইফালে ই এইচ এ আৰৰ জে ই ই এডভান্সড পৰীক্ষাত শীৰ্ষস্থান দখল কৰা বেদে ৩৬০ নম্বৰৰ ভিতৰত ৩৫৫ নম্বৰ লাভ কৰে। ইফালে এইবাৰ সৰ্বভাৰতীয় পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা আদিত্যও দিল্লী জ’নৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। সেইদৰে ছাত্ৰীৰ ভিতৰত দ্বীজা ধৰ্মেশকুমা ৰাপাটেলে সৰ্বাধিক নম্বৰ লাভ কৰে। তেওঁ ৩৬০ নম্বৰৰ ভিতৰত ৩৩২ নম্বৰ লাভ কৰে। তেওঁ বম্বে জ’নৰ প্ৰাৰ্থী।

লগতে পঢ়কঃ আপুনি জানেনে এজন IAS,IPS অথবা IFS বিষয়াই কিমান দৰমহা লাভ কৰে? কোনসমূহ চৰকাৰী সুবিধা লাভ কৰে তেওঁলোকে! পঢ়ক এই প্ৰতিবেদন

Apply Now

জ’ন-ৱাইজ ফলাফলৰ ক্ষেত্ৰত এইবাৰ শীৰ্ষত আছে দিল্লী। দিল্লী মণ্ডলৰ ১০ হাজাৰ ২৫৫ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ জেইই এডভান্সত ক্লিয়াৰ কৰিছে। ইফালে, আই আই টি বম্বে জ’নৰ ৯ হাজাৰ ৪৮০, কানপুৰ জ’নৰ ৪ হাজাৰ ৯২৮ আৰু ভুৱনেশ্বৰৰ ৪ হাজাৰ ৮১১ গৰাকী এইবাৰ উত্তীৰ্ণ হৈছে।

মেধাৰ তালিকাত শীৰ্ষ ১০ গৰাকীৰ ভিতৰত ৪ গৰাকী আই আই টি-মাদ্ৰাজ জ’নৰ আৰু ৩ গৰাকীকৈ আই আই টি-দিল্লী আৰু বম্বে জ’নৰ। আই আই টি-দিল্লী জ’নৰ পৰা আদিত্যই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে আই আই টি-মাদ্ৰাছ জ’নৰ পৰা ভোকগলাপল্লী সন্দেচে তৃতীয় স্থান লাভ কৰিছে।

বাকী শীৰ্ষ ১০ গৰাকী প্ৰাৰ্থী হ’ল – ৰিধাম কেদিয়া (ৰূৰকী), পুট্টি কুশল কুমাৰ (মাদ্ৰাজ), ৰাজদ্বীপ মিশ্ৰ (বম্বে), দ্বীজ ধৰ্মেশকুমাৰ পেটেল (বম্বে), কোডৰু তেজেশ্বৰ (মাদ্ৰাজ), ধ্ৰুৱিন হেমন্ত দোষী (বম্বে), আৰু আল্লাদবয়না এছ এছ ডি বি ( মাদ্ৰাজ)।

লগতে পঢ়কঃ দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ জয়জয়-ময়ময় অৱস্থা; নীটত উত্তীৰ্ণ হ’ল চৰকাৰী স্কুলৰ ১৪১৪গৰাকী শিক্ষাৰ্থী

ইপিনে, শীৰ্ষ ৫০০ প্ৰাৰ্থীৰ ভিতৰত এইবাৰ মাদ্ৰাজ জ’নৰ ১৪৫, বম্বে জ’নৰ ১৩৬, দিল্লী জ’নৰ ১২২, ৰুৰকী ৪৮, ভুৱনেশ্বৰৰ ২৭ আৰু গুৱাহাটীৰ ৫ গৰাকীয়ে উত্তীৰ্ণ হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm
বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd