• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিৰিবামত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ দলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2024 1:18 pm
মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিং। ফাইল ফটোঃ সংগ্ৰহীত।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিং। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত জিৰিবাম পথৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোটলেনৰ সমীপৰ টি লাইজাঙত জিৰিবামলৈ গৈ থকা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অগ্ৰিম নিৰাপত্তাৰক্ষীৰ দলটোৰ ওপৰত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে এম্বুছ কৰাৰ খবৰ পোৱা গৈছে। এম্বুছত এজন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে।

মঙলবাৰে অশান্তিগ্ৰস্ত জিৰিবাম জিলাত উপস্থিত হৈ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

মণিপুৰ আৰক্ষীৰ কমাণ্ডো আৰু আছাম ৰাইফলছৰ যুটীয়া দল গঠন কৰি দোষীক বিচাৰি উলিয়াবলৈ তালাচী অভিযান অব্যাহত আছে।

Apply Now

বৃহস্পতিবাৰে (০৬ জুন) সন্ধিয়া এটা সম্প্ৰদায়ৰ ছয়বাম সাৰতকুমাৰ সিং নামৰ এজন ৫৯ বছৰীয়া ব্যক্তিক আন এটা সম্প্ৰদায়ৰ উগ্ৰপন্থীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হয়।

লগতে পঢ়কঃ মণিপুৰত সাধাৰণ নাগৰিকক হত্যা কৰাৰ অপৰাধত অসমৰ জেলৰ পৰা এজনক গ্ৰেপ্তাৰ NIAৰ

পুৱা নিজৰ ফাৰ্মলৈ যোৱাৰ পিছত সিং নিৰুদ্দেশ হৈছিল আৰু পিছত তেওঁৰ মৃতদেহটো চোকা অস্ত্ৰৰ আঘাতৰ চিহ্নৰ সৈতে আৱিষ্কাৰ হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

হত্যাকাণ্ডৰ পিছতে ক্ষুব্ধ স্থানীয় লোকে প্ৰতিশোধৰ বাবে এটা পৰিত্যক্ত নিৰ্মাণত জুই লগাই দিয়ে।

জিৰিবাম থানাৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰা হয়, য’ত বাসিন্দাসকলে নিৰ্বাচনৰ সময়ত জব্দ কৰা অনুজ্ঞাপত্ৰপ্ৰাপ্ত আগ্নেয়াস্ত্ৰ ঘূৰাই দিবলৈ দাবী জনায়।

মেইটেই, মুছলমান, নগা, কুকি, অমণিপুৰীকে ধৰি বৈচিত্ৰময় জনগোষ্ঠীগত সমাজৰ বাবে পৰিচিত জিৰিবামত যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰক জুৰুলা কৰি অহা গোষ্ঠীগত বিবাদে ইয়াৰ পূৰ্বে স্পৰ্শ কৰা নাছিল।

লগতে পঢ়কঃ ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড; বিজেপি কৰ্মীক তীব্ৰ সমালোচনা ত্ৰিপুৰাৰ কংগ্ৰেছ বিধায়কৰ

ইতিমধ্যে ইম্ফল উপত্যকাৰ মেইটেই আৰু মণিপুৰৰ পাহাৰীয়া কুকিসকলৰ মাজত চলি থকা সংঘাতৰ ফলত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd