• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শপত গ্ৰহণৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী পদ ত্যাগ কৰিব বুলি ওলোৱা বাতৰি অস্বীকাৰ বিজেপি সাংসদৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 10, 2024 4:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। এন ডি এৰ সকলো অংশীদাৰক তৃতীয় মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। কেৱল অজিত পাৱাৰ গোটক কোনো মন্ত্ৰী পদ দিয়া নহ’ল। কেৰালাৰ একমাত্ৰ বিজেপিৰ সাংসদগৰাকীকো মন্ত্ৰী পদ প্ৰদান কৰিছে। তাৰপিছতে তেওঁ মন্ত্ৰালয় এৰিবলৈ সাজু হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। কিন্তু শেহতীয়াকৈ তেওঁ সেই বাতৰি মিছা বুলি কৈ অস্বীকাৰ কৰিছে।

কেৰালা বিজেপিৰ একমাত্ৰ আৰু প্ৰথমজন সাংসদ সুৰেশ গোপীয়ে কালি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্য মন্ত্ৰী হিচাপে তেওঁক মোডী কেবিনেটত অন্তৰ্ভুক্ত কৰা হয়। কিন্তু তাৰ পিছতে গোপীৰ মন্ত্ৰালয় এৰি দিয়াকলৈ তুমুল চৰ্চা চলে। তেওঁ নিজেই মন্ত্ৰালয় এৰাৰ ইংগিত দিয়া বুলি প্ৰকাশ পাইছিল। বাতৰি অনুসৰি, এটা আঞ্চলিক নিউজ চেনেলৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ মন্ত্ৰী পদ ত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ কৈছিল যে মই মন্ত্ৰিত্ব বিচৰা নাই। সুৰেশ গোপীয়ে কৈছিল, ‘আশা কৰো দলৰ নেতাসকলে মোক এই পদৰ পৰা মুকলি কৰি দিব।‘

সুৰেশ গোপীয়ে মন্ত্ৰী পদ ত্যাগ কৰাৰ বহু কাৰণো দাঙি ধৰিছিল। তেওঁ জনাইছিল, `মই ইতিমধ্যে বহু ছবিত চুক্তিবদ্ধ হৈছো। সেইবোৰৰ বাবে মই দায়বদ্ধ। লগতে মই ত্ৰিশূৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে কাম কৰিব বিচাৰো।‘ সুৰেশ গোপীয়ে বুজাই দিয়ে যে তেওঁক কিছু আজৰি সময়ৰ প্ৰয়োজন।

Apply Now

সুৰেশ গোপী কেৰালাৰ প্ৰথমজন নিৰ্বাচিত বিজেপি সাংসদ। কেৰালাত বিজেপিৰ এয়া প্ৰথম জয়। সুৰেশ গোপী ত্ৰিশূৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়। তেওঁ বিজেপিৰ প্ৰথমজন সাংসদ হিচাপে ইতিহাসত নিজৰ নাম খোদিত কৰিছে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী  ভি এছ.  সুনীল কুমাৰক তেওঁ ৭৪,৬৮৬ ভোটত পৰাস্ত কৰে।

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত গোপীয়ে কৈছিল, ‘মোৰ উদ্দেশ্য সাংসদ হিচাপে কাম কৰা। মই একো বিচৰা নাই। মই কৈছিলো মোৰ মন্ত্ৰী পদৰ প্ৰয়োজন নাই। মই ভাবো দলটোৱে মোক এই কৰ্তব্যৰ পৰা অতি সোনকালে মুকলি কৰি দিব। ত্ৰিশূৰৰ ভোটাৰসকলৰো ইয়াৰ কোনো সমস্যা নাই। ভোটাৰসকলে জানে যে মই এজন সাংসদ হিচাপে তেওঁলোকৰ বাবে ভাল কাম কৰিব পাৰিম। সুৰেশ গোপীয়ে বুজাই দিছিল যে তেওঁ যিকোনো মূল্যৰ বিনিময়ত তেওঁৰ ছবিবোৰ শেষ কৰিব বিচাৰো’।

কিন্তু এই বিষয়ে সংবাদ মাধ্যমত ব্যাপক চলি থকাৰ মাজতে কেৰালাৰ বিজেপি সাংসদগৰাকীয়ে এই বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে। তেওঁ এয়া এক উৰা বাতৰি বুলিহে প্ৰকাশ কৰিছে। 

যোৱাবাৰ ত্ৰিশূৰ লোকসভাৰ আসনখন কংগ্ৰেছলৈ গৈছিল। সুৰেশ গোপী সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে ৰাজ্যসভাৰ সদস্য আছিল। ২০১৬ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল ২০২২ চনলৈকে আছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd