• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭১ জন সাংসদৰ মাজত ভগাই দিয়া হ’ল মন্ত্ৰীত্ব : মোদীৰ তৃতীয় মন্ত্ৰীসভাত কাৰ ভাগত কি দায়িত্ব পৰিল?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 10, 2024 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৭১জন মন্ত্ৰীৰ সৈতে নতুন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ শপত গ্ৰহণ কৰে। ইয়াৰে প্ৰধানমন্ত্ৰী, ৩০ জন কেবিনেট মন্ত্ৰী, ৫ জন স্বতন্ত্ৰ দায়িত্বত ৰাজ্যিক মন্ত্ৰী, আৰু ৩৬ জন ৰাজ্যিক মন্ত্ৰী।

ইয়াৰ পিছতে আজি সকলোকে ভগাই দিয়া হয় বিভিন্ন দপ্তৰ।

Apply Now

কোনে কোনে কি কি দপ্তৰ লাভ কৰিলে জানো আহক –

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেবিনেটৰ পূৰ্বৰ কাৰ্যকালত ভূ-বিজ্ঞান মন্ত্ৰী, খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা কিৰেণ ৰিজিজুক প্ৰহ্লাদ যোশীৰ ঠাইত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ত নিযুক্তি দিয়া হৈছে।

ইফালে যোশীক খাদ্য, গ্ৰাহক পৰিক্ৰমা আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে।

বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেবিনেট মন্ত্ৰী আৰু আয়ুছৰ কেবিনেট মন্ত্ৰী হিচাপে অসমৰ সৰ্বানন্দ সোণোৱালে পূৰ্বৰ দায়িত্বই আকৌ লাভ কৰিছে।

ইফালে, অমিত শ্বাহে পুনৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক লাভ কৰিছে আৰু ৰাজনাথ সিঙে মোডী প্ৰতিৰক্ষা মন্ত্ৰালয় লাভ কৰিছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ অমিত শ্বাহ

সহযোগিতা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ অমিত শ্বাহ

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ ৰাজনাথ সিং

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ এছ জয়শংকৰ

বিত্ত মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ নিৰ্মলা সীতাৰমণ

কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ নিৰ্মলা সীতাৰমণ

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ নীতিন গাডকাৰী

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ জে পি নাড্ডা

ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ জে পি নাড্ডা

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ মনসুখ মাণ্ডবিয়া

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ মনসুখ মাণ্ডবিয়া

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ চিৰাগ পাছৱান

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ শিৱৰাজ সিং চৌহান

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ শিৱৰাজ সিং চৌহান

শক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ মনোহৰ লাল খট্টৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ মনোহৰ লাল খট্টৰ

পৰ্যটন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ গজেন্দ্ৰ সিং শ্বেখাৱত

সাংস্কৃতিক মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ গজেন্দ্ৰ সিং শ্বেখাৱত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ অশ্বিনী বৈষ্ণৱ

ৰেল মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ অশ্বিনী বৈষ্ণৱ

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ অশ্বিনী বৈষ্ণৱ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ কিঞ্জৰাপু ৰামমোহন নাইডু

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ ধৰ্মেন্দ্ৰ প্ৰধান

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ অন্নপূৰ্ণা দেৱী

ভাৰতৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ ভূপেন্দ্ৰ যাদৱ

জল শক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ চি আৰ পাটিল

সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ কিৰেন ৰিজিজু

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ কিৰেন ৰিজিজু

গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ এইচ ডি কুমাৰস্বামী

তীখা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ এইচ ডি কুমাৰস্বামী

টেলিকমিউনিকেচন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ জ্যোতিৰাদিত্য সিন্ধিয়া

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ জ্যোতিৰাদিত্য সিন্ধিয়া

বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ গিৰিৰাজ সিং

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ প্ৰহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ প্ৰহ্লাদ যোশী

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ হৰদীপ সিং পুৰী

ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ জিতন ৰাম মাঞ্জী

পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ লল্লন সিং

মীন, পশুপালন আৰু দুগ্ধ উৎপাদনৰ কেন্দ্ৰীয় মন্ত্ৰীঃ লল্লন সিং

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ পীয়ুষ গোৱাল

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীঃ সৰ্বানন্দ সোণোৱাল

উল্লেখ্য যে ৰাজ্যসভাৰ টিকেটত মন্ত্ৰীত্ব লাভ কৰা অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ লগতে টেক্সটাইল দপ্তৰৰ মন্ত্ৰীত্ব লাভ কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm
দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm
দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd