• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইটোৱেই ভাৰতীয়সকলৰ ৰং; ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন ঘূৰাই দিয়া সন্দৰ্ভত মুখ খুলিলে ছাই পল্লৱীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2024 1:26 pm
14.9k
VIEWS
Share on FacebookShare on Twitter

বহুদিন পূৰ্বে দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীয়ে ২ কোটি টকাৰ এটা ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনৰ প্ৰস্তাৱ নাকচ কৰিছিল। শেহতীয়াকৈ তেওঁ নিজেই এক সাক্ষাৎকাৰত এই সন্দৰ্ভত মুকলিকৈ কয়।

ছাইয়ে কয়, “এনেধৰণৰ বিজ্ঞাপন কৰা মানে ভাৰতীয় নাৰীক অপমান কৰা। যিটো মই কেতিয়াও কৰিব নোৱাৰিম, সেইটোৱেই হ’ল ভাৰতীয়সকলৰ ৰং।”

এজন ব্যক্তিৰ ছালৰ ৰং ক’লা হ’বই পাৰে, সেইবুলি বগা হোৱাৰ ক্ৰীম ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। সেইদৰেই অনুভৱ কৰে পল্লৱীয়ে। আফ্ৰিকানসকলৰো নিজস্ব ছালৰ ৰং আছে। সেয়ে, তেওঁ এই বিজ্ঞাপনটোক সমৰ্থন কৰা নাছিল। যদিও টকাৰ অংকটো ডাঙৰ, আত্মসন্মান তেওঁৰ বাবে সকলোতকৈ ওপৰত।

লগতে পঢ়কঃ অবিশ্বাস্য! মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট;তথাপিও মডেলিং এৰি কোচিং অবিহনে UPSCত লাভ কৰিলে ৯৩ সংখ্যক স্থান,কোন এইগৰাকী বৈদেশিক সেৱাৰ বিষয়া?

তেওঁৰ ভাষাত, ‘মোৰ প্ৰয়োজন কম, মোৰ উদ্দেশ্য কেৱল টকা উপাৰ্জন কৰাই নহয়। মই বিচাৰো মোৰ চৌপাশৰ মানুহবোৰ সুখী হওক। ঘৰলৈ গৈ পৰিয়ালৰ সৈতে একেখন টেবুলতে খাম, ইয়াতকৈ বেছি আশা নকৰো।’

‘ফিদা’ আৰু ‘প্ৰেমাম’ৰ বৃহৎ সফলতাৰ পিছত তামিল অভিনেত্ৰী ছাই পল্লৱীৰ চৰ্চা এতিয়া শীৰ্ষত। মালয়ালম, তামিল আৰু তেলেগু চলচ্চিত্ৰ উদ্যোগতো ছাই পল্লৱীয়ে জনপ্ৰিয়তা লাভ কৰিছে। এতিয়া তেওঁ পৰৱৰ্তী ছবি এন জি কে মুক্তিৰ বাবে অপেক্ষা কৰি আছে।

Recent News

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd