• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজতকৈ বহু বেছি বয়সৰ পুৰুষৰ প্ৰতি কিয় আকৰ্ষিত হয় যুৱতীসকল?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 11, 2024 3:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু ক্ষেত্ৰত যুৱক বা কিশোৰ সকলে নিজতকৈ বেছি বয়সৰ মহিলাৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে বহু যুৱতী নিজতকৈ বয়সত যথেষ্ট ডাঙৰ পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়। কিন্তু কিয় এনে হয়?

নিজৰ প্ৰায় সমবয়সীয়াৰ যুৱকৰ প্ৰতি আকৰ্ষিত হোৱাতকৈ বয়সত নিজতকৈ যথেষ্ট জ্যেষ্ঠ পুৰুষৰ প্ৰতি কিয় আকৰ্ষিত হয় একাংশ যুৱতী-মহিলা? ইয়াৰ আঁৰত লুকাই আছে বহুকেইটা কাৰণ। জানি লওক আহক ইয়াৰ আঁৰত থকা কাৰণবোৰ –

Apply Now

১/ পৰিপক্কতা : যুৱকসকলতকৈ বয়সস্থ পুৰুষ আৱেগিক আৰু মানসিক দুয়োটা দিশতে প্ৰায়ে অধিক পৰিপক্ক হয়। যাৰ বাবে সম্পৰ্কৰ স্থিৰতা গভীৰতা বিচৰা যুৱতীসকলে নিজতকৈ বেছি বয়সৰ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়।

২/ আৰ্থিক স্থিতিশীলতা : কোমল বয়সৰ যুৱকৰ সলনি সাধাৰণতে বয়সস্থ পুৰুষৰ কেৰিয়াৰ আৰু তথা আৰ্থিক অৱস্থা ভাল হয়। আনহাতে কোমল বয়সৰ যুৱক সকলে অনিশ্চিত ভৱিষ্যত আৰু প্ৰতিষ্ঠাৰ সংগ্ৰামত ব্যস্ত হৈ থাকে। কিন্তু বয়সস্থ ব্যক্তি সকলে এই সংগ্ৰাম পাৰ কৰি আহি আৰ্থিক দিশত এক পূৰ্ণ স্থিতি লাভ কৰে। যাৰ বাবে এনে বয়সৰ পুৰুষ সকলে আৰ্থিক নিৰাপত্তা আৰু সকাহ দিব পাৰে।

৩/ জীৱনৰ অভিজ্ঞতা : বয়সস্থ পুৰুষৰ জীৱনৰ অভিজ্ঞতা সাধাৰণতে বেছি হয়, যাৰ ফলত অধিক আকৰ্ষণীয় আৰু বাস্তৱ কথা-বতৰা কয়। লগতে জীৱনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীৰ স্বাভাৱিকতেই বহল হয়।

৪/ আত্মবিশ্বাস : বয়সস্থ পুৰুষসকল অধিক আত্মবিশ্বাসী হয়। ই যুৱতীসকলক আকৰ্ষিত কৰে।

৫/ মূল্যবোধ : বহু বয়সস্থ পুৰুষে পৰম্পৰাগত সৌজন্যতাৰ লগতে মূল্যবোধ মানি চলা দেখা যায়। তেওঁলোক যুৱকসকলতকৈ অধিক ধৈৰ্যশীল হয়। তেওঁলোকৰ এই গুণে মহিলাসকলক আকৰ্ষিত কৰে।

৬/ আৱেগিক সমৰ্থন : বয়সস্থ পুৰুষসকলে নিজৰ জীৱনৰ অভিজ্ঞতা আৰু পৰিপক্কতাৰে মানসিক সাহচৰ্য প্ৰদান কৰিব পাৰে। এই গুণ এজন পুৰুষৰ পৰা সাধাৰণতে সকলো মহিলাই বিচাৰে।

৭) বৌদ্ধিক উদ্দীপনা : বয়সস্থ পুৰুষ প্ৰায়ে জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ। তেওঁলোক বৌদ্ধিকভাবে শক্তিশালী হয়। তেওঁলোকৰ জীৱনৰ এক নিজা দৰ্শন থাকে। যাৰ বাবে মহিলাসকলে সম্পৰ্কত যথেষ্ট সকাহ আৰু আনন্দ অনুভৱ কৰে।

৮) অগ্ৰাধিকাৰ : বয়সস্থ পুৰুষে হয়তো দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তোলাত অধিক মনোনিৱেশ কৰে। প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁলোক সচেতন হোৱা দেখা যায়। গতিকে, দীৰ্ঘম্যাদী বা স্থায়ী সম্পৰ্ক বিচৰা মহিলা সকলে এনে পুৰুষক অগ্ৰাধিকাৰ দিয়া দেখা যায়।

৯) আকৰ্ষণ: কিছুমান মহিলা কেৱল বয়সস্থ পুৰুষৰ চেহেৰা আৰু আচৰণৰ প্ৰতিহে আকৰ্ষিত হয়। আধা পকা দাড়ি আৰু চুলিৰ বাবেও বহু যুৱতী বয়স্ক পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd