• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাইৰ পঞ্চতাৰকা হোটেলত পাঁচদিনীয়াকৈ সোণাক্ষী-জাহিৰৰ বিয়া; বি-টাউন ডিজাইনাৰৰ দেখিবলৈ পোৱা গৈছে কাপোৰৰ প্ৰয়োভৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2024 12:02 pm
8.6k
VIEWS
Share on FacebookShare on Twitter

শীঘ্ৰেই বিয়াত বহিব সোণাক্ষী সিন্‌হাৰ। যদিও এই বিবাহক লৈ চৰ্চা চলিছে, তথাপিও সোণাক্ষীৰ বিবাহৰ খবৰ সিনহা পৰিয়ালে নিশ্চিত কৰিব পৰা নাই। কিন্তু বলীউডত চৰ্চা চলিছে যে, সোণাক্ষী সিন্‌হা আৰু জাহিৰ ইকবালৰ বিয়া ২৩ জুনত মুম্বাইত অনুষ্ঠিত হ’ব।

প্ৰথমে শুনা গ’ল যে বলীউডৰ দুগৰাকী তাৰকাই অনুষ্টুপীয়া অনুষ্ঠানত বিবাহপাশত আবদ্ধ হ’ব।কিন্তু বাস্তৱতে এনে হোৱা নাই। বৰঞ্চ আন বলীউড দম্পতীৰ দৰেই শত্ৰুঘ্ন সিন্‌হাৰ কন্যাৰ বিয়াখনো হ’ব এক গ্ৰেণ্ড অনুষ্ঠান। মুম্বাইৰ এখন ফাইভ ষ্টাৰ হোটেলত পাঁচ দিনীয়া হ’ব এই বিবাহ অনুষ্ঠান। ১৯ জুনত মুম্বাইত তেওঁলোকৰ কনচাৰ্ট অনুষ্ঠিত হ’ব।

সোণাক্ষীৰ বিবাহৰ কথা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও বি-টাউনৰ সূত্ৰ অনুসৰি সোণাক্ষীক ফেশ্বন ডিজাইনাৰ আবু জানিৰে প্ৰস্তুত কৰা কাপোৰ পিন্ধিব। আনহাতে, জাহিৰ ইকবালে বিয়াৰ বাবে পৰিধান কৰিব মনীষ মালহোত্ৰাৰ কলাৰযুক্ত কুৰ্তা।

Recent News

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

কটন বিশ্ববিদ্যালয়ত ড০ হীৰেন গোহাঁইৰ ৰাভা স্মৰণ বক্তৃতাৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন

কটন বিশ্ববিদ্যালয়ত ড০ হীৰেন গোহাঁইৰ ৰাভা স্মৰণ বক্তৃতাৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd