• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাবালিকাৰ যৌন নিৰ্যাতন!প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডিউৰাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2024 9:14 pm
407
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডুৰাপ্পাৰ বিৰুদ্ধে নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। POCSO আইনৰ অধীনতইতিমধ্যে এটা গোচৰ ৰুজু হৈছে। এতিয়া বেংগালুৰু আদালতে য়েডিউৰাপ্পাৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। স্বাভাৱিকতে এই গোচৰত বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ চাপ বৃদ্ধি পাইছে।

এগৰাকী ১৭ বছৰীয়া নাবালিকাৰ মাতৃয়ে নিজৰ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছল। সেই ঘটনাৰ অভিযুক্তৰ শাস্তি আৰু ন্যায়ৰ আশাৰ দাবীত কন্যাৰ সৈতে য়েডিউৰাপ্পালৈ গৈছিল। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীজনে সহায় কৰাৰ পৰিৱৰ্তে ধৰ্ষিতাক যৌন নিৰ্যাতন চলাইছিল! মহিলাগৰাকীৰ অভিযোগৰ খবৰ পোহৰলৈ অহাৰ লগে লগে দক্ষিণৰ ৰাজনীতিত হুলস্থুলৰ সৃষ্টি হয়।

ইতিমধ্যে চি আই ডিয়ে এই যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত চলাই আছে। বি এছ য়েডিউৰাপ্পাকো সোধাপোছাৰ বাবে মাতে যদিও কিন্তু সেই চমনৰ কোনো উত্তৰ নিদি আৰু কিছু সময় বিচাৰে। আৰু এতিয়া য়েডিউৰাপ্পা বেংগালুৰুত নাই যেতিয়া তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে। তেওঁ বৰ্তমান দিল্লীত আছে। তেওঁৰ ঘনিষ্ঠ সূত্ৰৰ মতে, বেংগালুৰুলৈ উভতি অহাৰ পাছত য়েডিউৰাপ্পাই তদন্ত প্ৰক্ৰিয়াত যোগদান কৰিব। ৰাজ্যৰ গৃহমন্ত্ৰীয়ে কয় যে চি আই ডিয়ে তদন্ত কৰি আছে, প্ৰয়োজন হ’লে য়েডিউৰাপ্পাক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

য়েডিউৰাপ্পাৰ বিৰুদ্ধে মহিলাগৰাকীৰ মূল অভিযোগ, ছোৱালীজনীৰ ধৰ্ষণৰ গোচৰত এখন কমিটি গঠন কৰি তদন্ত কৰিব লাগে বুলি দাবী লৈ য়েডিউৰাপ্পাৰ ওচৰলৈ গৈছিল। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ কথা শুনি ছোৱালীজনীক কাষৰ কোঠালৈ লৈ গৈ দুৱাৰখন বন্ধ কৰি দিলে। অন্ততঃ ৫ মিনিট সিহঁত ভিতৰত আছিল! ঘৰৰ পৰা ওলাই অহাৰ পাছত যেতিয়া য়েডিউৰাপ্পাক জেৰা কৰা হ’ল, তেতিয়া তেওঁ ক’লে যে তেওঁ নাবালিকাগৰাকীক সঁচাকৈয়ে ধৰ্ষণ কৰা হৈছে নে নাই পৰীক্ষা কৰি আছে! একে সময়তে বিষয়টোৰ বাহিৰত কাকো নক’বলৈ নিৰ্দেশ দিলে!

অৱশ্যে য়েডিউৰাপ্পাৰ কাৰ্যালয়ে এই অভিযোগ খাৰিজ কৰে। বৰঞ্চ তেওঁলোকৰ দাবী, এই মহিলাগৰাকীয়ে নিজৰ কন্যাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৫৩টা গোচৰ ৰুজু কৰিছে।আৰু এই গোচৰ সকলো ভুৱা।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd