• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানৰ আশাত চেঁচা পানী ঢালিলে বৰষুণে; টী-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই ল’লে বিদায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2024 8:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাগ্যই লগ নিদিলে পাকিস্তানক। শুকুৰবাৰে নিশা টী-২০ বিশ্বকাপৰ পৰা পাকিস্তান ক্ৰিকেট দলৰ বিদায় নিশ্চিত হ’ল। পাকিস্তানে যেতিয়া বিচাৰিছিল যে  ফ্ল’ৰিডাৰ বৰষুণ বন্ধ হওক, ল’ডাৰহিল ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰখন শুকাই যাওক, তেতিয়া ভাগ্য দেৱতাই তেওঁলোকৰ লগত যেন অলপ পৰিহাস কৰিলে।

শুকুৰবাৰে মেচখনৰ বহু আগতেই ফ্ল’ৰিডাত বৰষুণ বন্ধ হৈ গ’ল৷ কিন্তু পানী জমি যোৱা খেলপথাৰখন শুকাই যোৱা নাছিল। ফলত বাবৰ আজমৰ দলটোৱে আটাইতকৈ বেছি আশংকা কৰাটোৱেই হ’ল। আয়াৰলেণ্ড-আমেৰিকাৰ খেলখন বাতিল হ’ল। ফলত বিশ্বকাপৰ পৰা বাহিৰ হব লগা হ’ল পাকিস্তান।

বাবৰ আজম বাহিনী বিশ্বকাপৰ প্ৰথমখন খেলত আমেৰিকাৰ হাতত পৰাস্ত হৈ নিজৰ বাবে দুৰ্দশাৰ সৃষ্টি কৰিছিল। যিটো গ্ৰুপৰ পৰা ভাৰত আৰু পাকিস্তানে ছুপাৰ এইটত খেলিব বুলি আশা কৰা হৈছিল, সেই গ্ৰুপটোৰ পৰা আমেৰিকাৰ হাতত পৰাস্ত হোৱাৰ ফলত পাকিস্তানৰ দলটোৱে চাপত পৰিছিল। ইয়াৰ পিছতে ভাৰতৰ হাতত প্ৰত্যাশিত পৰাজয়।

Apply Now

একেৰাহে দুখন মেচৰ অন্তত শুকুৰবাৰে পাকিস্তানৰ অনুৰাগীসকলে আয়াৰলেণ্ড-আমেৰিকাৰ মেচখনলৈ অতি আগ্ৰহেৰে বাট চাই আছিল। যদি আয়াৰলেণ্ডে আমেৰিকাক পৰাস্ত কৰিব পাৰিলেহেঁতেন তেন্তে পাকিস্তানৰ বাবে ছুপাৰ এইটত খেলাৰ সম্ভাৱনা কিছু পৰিমাণে সজীৱ হৈ থাকিলহেঁতেন।

Contrary to popular belief, Pakistan didn’t get knocked out because USA v IRE got rained off. They got knocked out because Pakistan lost to USA 🙂 #USAvIRE #T20WorldCup

— Wasim Jaffer (@WasimJaffer14) June 14, 2024

কিন্তু ফ্ল’ৰিডাৰ বতৰে সেই আশাত চেঁচা পানী ঢালিলে। খেলখনৰ প্ৰায় আধা ঘণ্টা আগতে বৰষুণ বন্ধ হৈ গ’ল যদিও ল’ডাৰহিলৰ ষ্টেডিয়ামৰ পানী নিষ্কাশন ব্যৱস্থাটো বিশ্বৰ পাঁচখন ক্ৰিকেট মেচ খেলা দেশৰ দৰে নহয়। তদুপৰি ফ্ল’ৰিডাত অবিৰতভাৱে বৰষুণ দি আছে। বাস্তৱিকতে বানৰ পৰিস্থিতি। ফলত ষ্টেডিয়ামখন যথেষ্ট সময় পোৱাৰ পিছতো খেলাৰ উপযোগী কৰি তুলিব পৰা নগ’ল। খেলখন বাতিল কৰিবলগীয়া হ’ল।

The deserving team is through to Super 8 round. If you’re depending on Ireland to defeat someone, you seriously don’t deserve to qualify. Don’t think even “Kudrat Ka Nizam” works for those who are not deserving or ready to improve. All eyes on PCB chairman now! #T20WorldCup

— Ahmad Shahzad 🇵🇰 (@iamAhmadshahzad) June 14, 2024

শুকুৰবাৰৰ খেলখনৰ পৰা আমেৰিকাই এটা পইণ্ট লাভ কৰে। ৪খন মেচৰ শেষত আমেৰিকাৰ পইণ্ট ৫। ইতিমধ্যে ভাৰতে ৬ পইণ্টেৰে তিনিখন মেচত জয়লাভ কৰিছে। বাবৰ বাহিনীয়ে ৩ খন খেলৰ ভিতৰত ২ খন খেলত পৰাস্ত হৈ লাভ কৰে ২ পইণ্ট। পাকিস্তান দলে শেষৰখন খেলত জয়ী হ’লেও সৰ্বাধিক ৪ পইণ্ট লাভ কৰিব পাৰে। অৰ্থাৎ আমেৰিকাক উফৰাই পেলোৱাৰ কোনো সুযোগ নাই। ঘৰুৱা খেলপথাৰত কিছু অভাৱনীয়ভাৱে পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি আমেৰিকাই ছুপাৰ এইটলৈ উঠিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd