• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলিপুৰদুৱাৰ–লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ মৰিয়নিলৈকে সম্প্ৰসাৰণ; ছাব্ৰুমৰ পৰা চলিব কাঞ্চনজংঘা এক্সপ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2024 10:56 am
আলিপুৰদুৱাৰ–লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ মৰিয়নিলৈকে সম্প্ৰসাৰণ; ছাব্ৰুমৰ পৰা চলিব কাঞ্চনজংঘা এক্সপ্ৰেছ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ত্ৰিপুৰা আৰু অসমৰ যোৰহাট জিলাৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগৰতলাৰ পৰা ছাব্ৰুমলৈ ৰে’ল নং ১৩১৭৩/১৩১৭৪ (শিয়ালদহ- আগৰতলা- শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু ৰেল নং. ১৫৭৬৯/১৫৭৭০ (আলিপুৰদুৱাৰ জংচন-লামডিং-আলিপুৰদুৱাৰ জংচন) ইন্টাৰচিটি এক্সপ্ৰেছ ৰেলখনৰ সেৱা লামডিঙৰ পৰা মৰিয়নিলৈ সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই ৰে’লসমূহৰ সম্প্ৰসাৰণ ১৬ জুন, ২০২৪ তাৰিখ (দেওবাৰ)ৰ পৰা কাৰ্যকৰী হ’ব।

প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু দেওবাৰে শিয়ালদহৰ পৰা ৰেল নং ১৩১৭৩ (শিয়ালদহ – ছাব্ৰুম) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলখন ১৬ জুন, ২০২৪ তাৰিখৰ পৰা ০৬:৫০ বজাত প্ৰস্থান কৰি ক্ৰমে প্ৰতি বুধবাৰ, শুক্ৰবাৰ, শনিবাৰ আৰু সোমবাৰে ২০:০০বজাত ছাব্ৰুমত গৈ উপস্থিত হব।

একেদৰে, ছাব্ৰুমৰ পৰা প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে ১৮জুন, ২০২৪ তাৰিখৰ পৰা প্ৰস্থান কৰি ৰেল নং. ১৩১৭৪ (ছাব্ৰুম – শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ক্ৰমে প্ৰতি বুধবাৰ, শুক্ৰবাৰ, দেওবাৰ আৰু সোমবাৰে ১৯:২০ বজাত শিয়ালদহত গৈ উপস্থিত হব।

এই সম্প্ৰসাৰণৰ জৰিয়তে ত্ৰিপুৰাৰ দক্ষিণতম অঞ্চলৰ যাত্ৰীসকলে কলকাতালৈ পোনপটীয়া সংযোগ লাভ কৰিব। ইয়াৰ দ্বাৰা ব্যৱসায়ী, শিক্ষাৰ্থী, ৰোগীসকল যথেষ্ট উপকৃত হ’ব।

ৰেল নং ১৫৭৬৯ (আলিপুৰদুৱাৰ জংচন – মৰিয়নি) ইণ্টাৰচিটি এক্সপ্ৰেছ দৈনিক ভিত্তিত আলিপুৰদুৱাৰ জংচনৰ পৰা ১৬ জুন, ২০২৪ তাৰিখৰ পৰা ০৩:৪৫ বজাত প্ৰস্থান কৰি একেদিনাই ২০:০০ বজাত মৰিয়নিত গৈ উপস্থিত হব।

একেদৰে, ৰেল নং ১৫৭৭০ (মৰিয়নি – আলিপুৰদুৱাৰ জংচন) ইণ্টাৰচিটি এক্সপ্ৰেছ দৈনিক ভিত্তিত ০৯:১৫বজাত মৰিয়নিৰ পৰা ১৭ জুন, ২০২৪ তাৰিখৰ পৰা প্ৰস্থান কৰি পিছদিনা ০০:৫০ বজাত আলিপুৰদুৱাৰ জংচনত গৈ উপস্থিত হব।

এই সম্প্ৰসাৰণে উত্তৰ বংগৰ সৈতে উজনি অসম অঞ্চলসমূহৰ বিদ্যমান ৰে’ল সংযোগ অধিক শক্তিশালী কৰিব, অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু এনটিইএছত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am
হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

August 14, 2025 11:12 am
আমেৰিকাৰ মানৱ অধিকাৰ প্ৰতিবেদনত একে শাৰীত ৰাখিলে ভাৰত-পাকিস্তানক! ইজৰাইলৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ

আমেৰিকাৰ মানৱ অধিকাৰ প্ৰতিবেদনত একে শাৰীত ৰাখিলে ভাৰত-পাকিস্তানক! ইজৰাইলৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ

August 14, 2025 10:17 am
বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

August 14, 2025 9:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am
হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

August 14, 2025 11:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd