• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ ৰঙাগড়া চাহ বাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড! ডিঙি কাটি হত্যা বিবাহিত মহিলাক

হত্যাকাৰীৰ আত্মসমৰ্পণ, দোষীক শাস্তিৰ দাবীত কমাৰগাঁও আৰক্ষী থানা ঘেৰাও ৰাইজৰ

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
June 17, 2024 7:41 am
হত্যাকাৰীৰ চৰম শাস্তিৰ দাবীত স্থানীয় ৰাইজৰ থানা ঘেৰাও। ইনছেটত অভিযুক্ত বাদল বাক্তি। ফটোঃ নৰ্থইষ্ট নাও।

হত্যাকাৰীৰ চৰম শাস্তিৰ দাবীত স্থানীয় ৰাইজৰ থানা ঘেৰাও। ইনছেটত অভিযুক্ত বাদল বাক্তি। ফটোঃ নৰ্থইষ্ট নাও।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া চাহ বাগিচাত দেওবাৰে দিনৰ ভাগত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই জোকাৰি যায় সমগ্ৰ অঞ্চলটো।

জানিব পৰা মতে, ৰঙাগড়া চাহ বাগিচাত খৰি বিচাৰিবলৈ যোৱা ৰঙাগড়াঘাটৰ নিহা ভূই(৩২) নামৰ বিবাহিত মহিলা গৰাকী বহু সময় ধৰি উভতি যোৱা নাছিল ঘৰলৈ। যাৰ বাবে মহিলা গৰাকীৰ শাহু আৰু কণমানি পুত্ৰই মহিলা গৰাকীক বিচাৰি যাওঁতে বাগিছাৰ ভিতৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত প্ৰত্যক্ষ কৰি বাগিচাৰ ৰাইজক খবৰ দিয়ে ।

ইফালে ঘটনাস্থলীত স্থানীয় ৰাইজে আৰক্ষী থানাত খবৰ দিয়ে আৰু ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। পাছত ঘটনাস্থলীত স্থানীয় গাঁওৰক্ষী বাহিনী, দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ।

Apply Now

আনহাতে, এই হত্যাকাণ্ড  সংঘটিত কৰা বুলি ৰঙাগড়া চাহ বাগিচাৰ অভিষেক ওৰফে বাদল বাক্তি (২৬) নামৰ এজন যুৱকে কমাৰগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত বুলি স্বীকাৰ কৰা বাদল বাক্তিক অধিক তথ্যৰ বাবে সোধপোছ কৰি থকাৰ সময়তে মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোক আৰু একাংশ স্থানীয় লোক কমাৰগাঁও আৰক্ষী থানাত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

উপস্থিত লোক সকলে দোষীক কঠোৰ শাস্তি দাবী জনোৱাৰ লগতে একাংশই ফাঁচীৰ দাবী জনাই পৰিৱেশ উত্তপ্ত কৰি তোলে। ইফালে আৰক্ষীৰ জেৰাত হত্যাকাৰী বাদলে ব্লেডেৰে ডিঙি কাটি হত্যা কৰা কথা স্বীকাৰ কৰে।

আনহাতে, সমগ্ৰ ঘটনাটো অবৈধ প্ৰেমৰ বাবে সংঘটিত হোৱা বুলি একাংশই সন্দেহ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য। 

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd