• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ্জেণ্টিনাৰ তিনি বিশ্বকাপজয়ী ফুটবলাৰৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ; কোপা আমেৰিকাত তোলপাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2024 5:32 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

কোপা আমেৰিকা আৰম্ভ হোৱাৰ পূৰ্বে বিতৰ্কত মেছিৰ আৰ্জেণ্টিনা দল। খবৰ অনুসৰি কাটাৰত বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনা দলৰ তিনিজন সদস্যৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

কলম্বিয়াৰ এজন বিখ্যাত সাংবাদিক জেভিয়াৰ হাৰ্নাণ্ডেজ ব’নেটে প্ৰথমে কলম্বিয়াৰ ৰেডিঅ’ত এটা অনুষ্ঠানত এই কেলেংকাৰীৰ ওপৰত আলোকপাত কৰিছিল। স্পেইনৰ বাতৰি কাকত মাৰ্কায়ো প্ৰথম পৃষ্ঠাত এই খবৰ প্ৰকাশ কৰে।

এই অভিযোগ লেটিন আমেৰিকাৰ সংবাদ মাধ্যমৰ পৰা এই খবৰ বিশ্বৰ সংবাদ মাধ্যমলৈ দ্ৰুতগতিত বিয়পি পৰে। কোপা আৰম্ভ হোৱাৰ পূৰ্বে আৰ্জেণ্টিনাই গুৱেটামালাৰ বিৰুদ্ধে প্ৰীতি মেচ খেলি থকাৰ সময়তে ৰেডিঅ’ অনুষ্ঠানটোৱে এই খবৰটো ফাদিল কৰে।

মেছিৰ দলৰ হৈ খেলা সেই তিনি তাৰকা হ’ল থিয়াগো আলমাডা, এঞ্জেল ক’ৰিয়া আৰু ইজেকুৱেল পেলাচিঅ’ছ। সাংবাদিকগৰাকীয়ে কয় যে চেবাষ্টিয়ান ভিয়েৰ নামৰ ফুটবলাৰ এজনে মহিলাৰ ওপৰত হোৱা নিৰ্যাতনত মূল ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু বিষয়টোৰ তদন্ত কৰিলে দেখা যায় যে এই কাণ্ডৰ লগত আন তিনিজন ফুটবলাৰো জড়িত, যিসকলো কাটাৰত বিশ্ব বিজয়ী দলটোৰ সদস্য আছিল।

প্ৰতিদিনে সন্ধিয়া কলম্বিয়াৰ ৰেডিঅ’ত ফুটবলৰ বিষয়ে আলোচনা কৰি থাকোঁতে সাংবাদিকগৰাকীয়ে এই ঘটনা উত্থাপন কৰিছিল। কোৱা হৈছে যে পুয়েৰ্টো মাডেৰোৰ এটা নাইট ক্লাবত আৰ্জেণ্টিনাৰ চাৰিজন ফুটবল খেলুৱৈয়ে এগৰাকী কেবাৰে নৃত্যশিল্পীক ধৰ্ষণ কৰিছিল।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd