• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৈনিক নিশাৰ খাদ্য খোৱাৰ পিছত ১৫ মিনিট খোজ কাঢ়িলে কি কি লাভ হ’ব স্বাস্থ্যৰ? জানি লওক এতিয়াই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 24, 2024 7:00 am
9.6k
VIEWS
Share on FacebookShare on Twitter

খাদ্যৰ সৈতে স্বাস্থ্যৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। কাৰণ খাদ্যৰ জৰিয়তেহে শৰীৰে পুষ্টি লাভ কৰে আৰু আমাৰ শৰীৰৰ সকলো অংগই সুচাৰুৰূপে কাম কৰিবলৈ সক্ষম হয়। সেয়েহে আমাক সময়মতে পুৱাৰ জলপান, দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ কোৱা হয়।

বিশেষকৈ ৭ৰ পৰা ৮ বজাৰ ভিতৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰাটো বাঞ্ছনীয়, যাতে আপোনাৰ টোপনি আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ মাজত কমেও ২ ঘণ্টাৰ ব্যৱধান থাকে।

ইয়াৰ উপৰিও ৰাতিৰ আহাৰ খোৱাৰ পিছত কিছু সময় খোজকঢ়াতো গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হয়। কাৰণ ইয়াৰ দ্বাৰা শাৰীৰিকভাৱে সুস্থ হৈ থকাই নহয়, বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰাও মুক্ত হৈ থাকিব পাৰি।

বেছিভাগ মানুহৰেই ৰাতি দেৰিকৈ শোৱা আৰু গভীৰ নিশা খাদ্য খোৱাৰ অভ্যাস থাকে। নিশা খাদ্য খোৱাৰ পিছত লগে লগে মানুহ শুই পৰে আৰু এই অভ্যাস বহু ৰোগৰ কাৰণ হৈ পৰে।

ৰাতি আহাৰ গ্ৰহণৰ পিছত খোজকঢ়াটো কিয় দৰকাৰী?

১. হজম শক্তি উন্নত হয়

ৰাতিৰ আহাৰ খোৱাৰ পিছত ১৫ৰ পৰা ২০ মিনিট খোজ কাঢ়িলে খাদ্য সঠিকভাৱে হজম হোৱাত সহায় কৰে। খাদ্য খোৱাৰ পিছত লগে লগে শুই গ’লে পেটৰ বিষ, পেট ফুলা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু ওজন বৃদ্ধি পাব পাৰে।

২. টোপনি ভাল হয়

খাদ্য খোৱাৰ লগে লগে শুই থাকিলে ৰাতি ভালদৰে টোপনি নাহে। ৰাতিৰ আহাৰ খোৱাৰ পিছত কিছু সময় খোজ কাঢ়িলে টোপনি ভাল হয়। ইয়াৰ ফলত মানসিক চাপৰ পৰা মুক্তি লাভ কৰিব পাৰি। বেয়া টোপনিয়ে মানসিক উদ্বেগ বৃদ্ধি কৰে।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়

ৰাতিৰ আহাৰ খোৱাৰ পিছত কিছু সময় খোজ কাঢ়িলে খাদ্য ভালদৰে হজম হয় আৰু পুষ্টিকৰ উপাদানসমূহ শৰীৰৰে সঠিকভাৱে লাভ কৰে। ফলত ৰোগ প্ৰতিৰোধ বৃধি পায় আৰু মানুহ সুস্থ হৈ থাকে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd