• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

দৈনিক নিশাৰ খাদ্য খোৱাৰ পিছত ১৫ মিনিট খোজ কাঢ়িলে কি কি লাভ হ’ব স্বাস্থ্যৰ? জানি লওক এতিয়াই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 24, 2024 7:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্যৰ সৈতে স্বাস্থ্যৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। কাৰণ খাদ্যৰ জৰিয়তেহে শৰীৰে পুষ্টি লাভ কৰে আৰু আমাৰ শৰীৰৰ সকলো অংগই সুচাৰুৰূপে কাম কৰিবলৈ সক্ষম হয়। সেয়েহে আমাক সময়মতে পুৱাৰ জলপান, দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ কোৱা হয়।

বিশেষকৈ ৭ৰ পৰা ৮ বজাৰ ভিতৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰাটো বাঞ্ছনীয়, যাতে আপোনাৰ টোপনি আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ মাজত কমেও ২ ঘণ্টাৰ ব্যৱধান থাকে।

Apply Now

ইয়াৰ উপৰিও ৰাতিৰ আহাৰ খোৱাৰ পিছত কিছু সময় খোজকঢ়াতো গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হয়। কাৰণ ইয়াৰ দ্বাৰা শাৰীৰিকভাৱে সুস্থ হৈ থকাই নহয়, বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰাও মুক্ত হৈ থাকিব পাৰি।

বেছিভাগ মানুহৰেই ৰাতি দেৰিকৈ শোৱা আৰু গভীৰ নিশা খাদ্য খোৱাৰ অভ্যাস থাকে। নিশা খাদ্য খোৱাৰ পিছত লগে লগে মানুহ শুই পৰে আৰু এই অভ্যাস বহু ৰোগৰ কাৰণ হৈ পৰে।

ৰাতি আহাৰ গ্ৰহণৰ পিছত খোজকঢ়াটো কিয় দৰকাৰী?

১. হজম শক্তি উন্নত হয়

ৰাতিৰ আহাৰ খোৱাৰ পিছত ১৫ৰ পৰা ২০ মিনিট খোজ কাঢ়িলে খাদ্য সঠিকভাৱে হজম হোৱাত সহায় কৰে। খাদ্য খোৱাৰ পিছত লগে লগে শুই গ’লে পেটৰ বিষ, পেট ফুলা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু ওজন বৃদ্ধি পাব পাৰে।

২. টোপনি ভাল হয়

খাদ্য খোৱাৰ লগে লগে শুই থাকিলে ৰাতি ভালদৰে টোপনি নাহে। ৰাতিৰ আহাৰ খোৱাৰ পিছত কিছু সময় খোজ কাঢ়িলে টোপনি ভাল হয়। ইয়াৰ ফলত মানসিক চাপৰ পৰা মুক্তি লাভ কৰিব পাৰি। বেয়া টোপনিয়ে মানসিক উদ্বেগ বৃদ্ধি কৰে।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়

ৰাতিৰ আহাৰ খোৱাৰ পিছত কিছু সময় খোজ কাঢ়িলে খাদ্য ভালদৰে হজম হয় আৰু পুষ্টিকৰ উপাদানসমূহ শৰীৰৰে সঠিকভাৱে লাভ কৰে। ফলত ৰোগ প্ৰতিৰোধ বৃধি পায় আৰু মানুহ সুস্থ হৈ থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd