• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আত্যধিক গৰমত কিদৰে যতন ল’ব আপোনাৰ মৰমৰ পোহনীয়া জন্তুটোৰ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 26, 2024 7:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তাপ প্ৰবাহে দহিছে সমগ্ৰ দেশ। তাপপ্ৰবাহৰ ফলত ইতিমধ্যে দেশত মৃত্যু হৈছে শতাধিক ব্যক্তিৰ। তাপৰ ফলত বহু লোক অসুস্থ হৈ পৰিছে।

স্বাস্থ্য বিভাগকে ধৰি প্ৰশাসনে সকলোকে সতৰ্ক কৰি দিছে। লগতে গৰমত সাম্ভাৱ্য বিপদৰ পৰা হাত সাৰিবলৈ ল’বলগীয়া সাৱধানতাৰ কথা প্ৰচাৰ কৰিছে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে। কিন্তু ঘৰৰ পোহনীয়া জীৱ-জন্তুৰ গৰমৰ বিষয়ে কোনেও তেনেকৈ একো পৰামৰ্শ দিয়া নাই।

Apply Now

সেয়েহে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ গৰমত পোহনীয়া জন্তুৰ প্ৰতি ল’বলগা কিছু যতনৰ সম্পৰ্কে তথ্য –

অতি গৰমৰ বাবে পোহনীয়া জন্তুবোৰেও না না শাৰীৰিক সমস্যাত ভোগে।  গৰমত শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ বাবে পোহনীয়া জীৱ-জন্তুও গুৰুতৰভাৱে অসুস্থ হ’ব পাৰে।

এই সমস্যা হোৱাৰ আগতে পোহনীয়া জন্তুৰ শৰীৰত কেইবাটাও লক্ষণ দেখা যায়। 

বিশেষজ্ঞসকলৰ মতে, অতি উত্তাপত হিট ষ্ট্ৰ’ক কেৱল মানুহৰেই নহয়, পোহনীয়া জন্তুৰো হিটষ্ট্ৰ’ক হ’ব পাৰে।

অতি গৰমৰ বাবে পোহনীয়া জন্তুৰ মুখৰ পৰা বেছিকৈ লেলাওটি ওলাব পাৰে। যদি আন সময়ত ওলোৱা লেলাওটিৰ ঘনত্বতকৈ গৰমৰ সময়ৰ লেলাৱটিৰ ঘনত্ব বেছি হয় তেন্তে চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে।

কুকুৰৰ নাক যদি গৰম বা শুকান হৈ থাকে তেন্তে জ্বৰ হ’ব পাৰে।

অতিমাত্ৰা গৰম হ’লে পোহনীয়া জন্তুৰ ডায়েৰিয়া হ’ব পাৰে। অস্বাভাৱিক মলত্যাগ হ’লে মল-মূত্ৰত থকা তেজ চিকিৎসকৰ ওচৰলৈ যাব লাগে।

গৰমৰ ফলত পোহনীয়া জন্তুৰ প্ৰস্ৰাৱত সমস্যা হয়। গতিকে পোহনীয়া জন্তুৰ প্ৰস্ৰাৱৰ ওপৰত চকু ৰাখিব লাগে।

যদি পানীৰ অভাৱত ভোগে তেন্তে পোহনীয়া জন্তুটো ভাগৰি পৰিব। অতিমাত্ৰা শুই থাকিব। দৌৰিবলৈও টান পাব। যদি আপোনাৰ পোহনীয়া জন্তুটোৱে হঠাতে নিস্তব্ধ হৈ পৰে বা বেছিভাগ সময় শুই কটায় তেন্তে সম্পূৰ্ণ পৰীক্ষা কৰাটো প্ৰয়োজনীয়। 

পোহনীয়া জন্তুক গৰমৰ সময়ত কেতিয়াও বন্ধ বাহনৰ ভিতৰত ৰাখিব নালাগে। ৰাখিবলগা হ’লেও এচি অন কৰিব লাগে বা সকলো খিৰিকী খোলা ৰাখিব লাগে।

পোহনীয়া জন্তু থকা কোঠাৰ এটা চুকত এটা বাটিত পানী ৰাখিব লাগে। চৰাই হ’লে পিঞ্জৰাত দুটা পাত্ৰত পানী ৰাখিব লাগে। এটা খোৱাৰ বাবে, আনটো গা ধোৱাৰ বাবে। প্ৰয়োজন হ’লে চৰাইৰ পিঞ্জৰাৰ সন্মুখত ফেন চলাব লাগে।

খোজকঢ়াবলৈ পোহনীয়া জন্তুক ৰ’দলৈ নিব নালাগে। তাৰ সলনি পুৱাই অথবা গধূলি হে খোজকঢ়াব লাগে।

চিকিৎসকৰ পৰামৰ্শ লৈ সকলো ঔষধ হাতত ৰাখিব লাগে। যাতে জৰুৰীকালীন পৰিস্থিতিত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পৰা যায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd