• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোবাইলতেই জমি উঠিব প্ৰেম : মাত্ৰ মনত ৰাখক এইকেইটা টিপছ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 27, 2024 7:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেম-ভালপোৱাৰ অবিহনে জীৱন-যৌৱন আধৰুৱা। সময়ৰ লগে লগে প্ৰেমৰ ক্ষেত্ৰ, পৰিধি আৰু পৰিভাষা সলনি হৈ আহিছে। প্ৰযুক্তিৰ বিকাশৰ লগে লগে প্ৰেমৰ বহু ধাৰণা আৰু কথা-বতৰা সলনি হ’বলৈ ধৰিছে।

প্ৰযুক্তিৰ বিকাশে প্ৰেমৰ ক্ষেত্ৰত এফালে সকআহ দিছে যদিও আনহাতে দিছে যন্ত্ৰণা। নিৰ্ভেজাল ভালপোৱা, অপেক্ষাৰ মধুৰতা, বিশ্বাস আদি বিষয়বোৰ যেন লাহে লাহে অন্য দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে।

Apply Now

প্ৰযুক্তিৰ উপাদান সমূহে আজিকালি প্ৰেমক তেনেই সহজ কৰি তুলিছে। যোগাযোগৰ সুবিধাই অনবৰতে প্ৰিয় জনৰ লগত সংযুক্ত হৈ থকাৰ সুবিধা প্ৰদান কৰিছে।

এই যুগত প্ৰিয়জনৰ লগত সংযুক্ত হৈ থকা এটা বাহ্যিক উপাদন তথা মাধ্যম হৈছে মোবাইল ফোন। ফোন আৰু মেচেজতে আজিকালি সম্পৰ্কবোৰ আগুৱাই যায়। আগতে এই ঠাই দখল কৰিছিল চিঠিপত্ৰই।

কিন্তু মোবাইলত প্ৰেম কৰোঁতে কিছু কথা মনত ৰখা দৰকাৰ। এনে কিছুমান কিটিপ আছে যিবোৰ জানিলে মোবাইলতে জমি উঠিব আপোনাৰ প্ৰেমৰ সম্পৰ্ক। সেই সম্পৰ্কে আজি আপোনালোকক ক’বলৈ ওলাইছোঁ।

মোবাইলত প্ৰেম কৰাৰ ক্ষেত্ৰত কণ্ঠস্বৰৰ এটা গুৰুত্ব আছে। মনত ৰখা উচিত যে মুখামুখিকৈ কথা পাতিলে চকুৱে চকুৰ ভাষা দেখা পায়। কিন্তু মোবাইলত সেয়া সম্ভৱ নহয়। গতিকে মোবাইলত কন্ঠস্বৰৰ দ্বাৰাই সেই ভাব বা আত্মীয়তা জগাই তুলিব পাৰি। চাৱনিৰে নহয়, মোবাইলত কথাৰে হৃদয় জয় কৰিব পাৰিব লাগিব।

টেক্সট মেছেজৰ দিন গ’ল। এতিয়া হোৱাটছএপ আৰু মেচেঞ্জাৰেই হৈছে প্ৰেমিক-প্ৰেমিকাৰ মাজত ভাব আদান-প্ৰদানৰ মাধ্যম। গতিকে সঠিক সময়ত সঠিক ইম’জি ব্যৱহাৰ কৰাটোত গুৰুত্ব প্ৰদান কৰিব লাগে। এটা ইম’জিৰ সঠিক ব্যৱহাৰে মনত এক ভাব উদ্ৰেগ কৰিব পাৰে।

মেচেজত কিবা লিখোতে, বা কিবা কথা বুজাবলৈ যাওঁতে মাজে মাজে বিখ্যাত ব্যক্তিৰ উক্তিৰ সহায় ল’ব পাৰে। ই আপোনাৰ বাৰ্তালাপক এক অনন্য মাত্ৰা প্ৰদান কৰিব।

ব্যস্ততাৰ সময়ত প্ৰিয় মানুহজনক ফোন কৰি কৰি আমনি দি নাথাকিব। আপোন ব্যক্তিজন ব্যস্ত হৈ থকাৰ সময়ত তেওঁলৈ মনত পৰিলে এটা চুটি মেচেজ কৰি খবৰ ল’ব।

স্মৰ্তব্য যে বিশ্বায়নৰ যুগত ভৌগোলিক দূৰত্ব ক্ৰমান্বয়ে বাঢ়িছে। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কৰ হাৰ বাঢ়িছে। সেই ক্ষেত্ৰত মোবাইলেই একমাত্ৰ আশা। অৱশ্যে মোবাইলৰ প্ৰেম যিমানেই ভাল সিমান বেয়াও হ’ব পাৰে। সকলো নিৰ্ভৰ কৰে আপোনাৰ সতৰ্কতা আৰু সজাগতাৰ ওপৰত। গতিকে আপোনাৰ গোপনীয়তাৰ প্ৰতি সাৱধান হওক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd