• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ ভাৰততে আজি মুক্তি লাভ কৰিছে অসমত নিৰ্মিত হিন্দী চলচ্চিত্ৰ কুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2024 5:53 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত অসমত নিৰ্মিত হিন্দী চলচ্চিত্ৰ কুকিয়ে আজি (২৮ জুন,২০২৪) ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰে। ছবিখনে ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীৰ যাত্ৰা বৰ্ণনা কৰি এক সংবেদনশীল বিষয় সকলোৰে আগত তুলি ধৰিছে। প্ৰণৱ জে ডেকাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত ভুক্তভোগী এগৰাকীয়ে পাৰ হোৱা মানসিক আঘাতৰ একাধিক পৰ্যাযৰ বিৱৰণ দাঙি ধৰা হৈছে।

চলচ্চিত্ৰখনত প্ৰবীণ বলীউড অভিনেতা ৰাজেশ টাইলাং, দেৱলীনা ভাটাচাৰ্য, বিভূতি ভূষণ হাজৰিকা, ৰঞ্জীৱ লাল বৰুৱা, প্ৰীতি কংকণা, বোধিসত্ত্ব শৰ্মা, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰীকে ধৰি বহুসংখ্যক অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। উল্লেখযোগ্য যে, এগৰাকী অভিনেত্ৰী হিচাপে ৰিতিশা খাউণ্ডৰ বাবে কুকি হৈছে প্ৰথমখন চলচ্চিত্ৰ।

কাঁন চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি মাৰ্চ ডু ফিল্মত কুকি উপভোগ কৰা বিশ্ব চলচ্চিত্ৰ জগতৰ বহুসংখ্যক চলচ্চিত্ৰ সমালোচকে চলচ্চিত্ৰখনৰ উচ্চ প্ৰশংসা কৰিছিল। চলচ্চিত্ৰখনে ইউৰোপ আৰু আফ্ৰিকাৰ বিতৰণকাৰীসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Apply Now

লগতে পঢ়কঃ চিৰি বগাবলৈ ভয়! আঁঠুৰ বিষৰ একমাত্ৰ ঔষধ কি জানেনে? এই ঘৰুৱা উপচাৰতে হৰিব বিষ

চলচ্চিত্ৰখনৰ মুক্তি সম্পৰ্কে প্ৰকাশ কৰি প্ৰযোজিকা ড° জোনমণি দেৱী খাউণ্ডে চলচ্চিত্ৰখন অধিক সংখ্যক দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

তেওঁ কয়,”আমাৰ লক্ষ্য হৈছে আমাৰ অঞ্চলৰ বাহিৰৰ দৰ্শকসকলক অসমীয়া চলচ্চিত্ৰৰ গভীৰতা আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰা। এক ৰাষ্ট্ৰীয় ভাষা হিচাপে হিন্দীয়ে এক বৃহৎ পৰিসৰৰ দৰ্শকৰ সমুখত আমাৰ সমৃদ্ধ কাহিনী আৰু কাৰিকৰী দক্ষতা উপস্থাপন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে।‘’  

৯৮% অসমীয়া কৰ্মচাৰীৰে নিৰ্মিত এই হিন্দী ভাষাৰ চলচ্চিত্ৰখন হৈছে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ সহযোগিতামূলক প্ৰচেষ্টাৰ এক প্ৰমাণ। এই প্ৰচেষ্টাই উদ্যোগটোৰ প্ৰতিভাৰ ওপৰত আলোকপাত কৰাৰ সমান্তৰালকৈ এক শিক্ষণ অভিজ্ঞতা হিচাপেও কাম কৰে আৰু সদস্যসকলৰ মাজত পাৰস্পৰিক সাংস্কৃতিক বিনিময়ৰ লগতে দক্ষতাৰ বিকাশ কৰে। উদ্যোগটোৰ প্ৰসিদ্ধ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা, গায়ক, সংগীতজ্ঞ চলচ্চিত্ৰখনৰ সৈতে জড়িত হৈ আছে।

লগতে পঢ়কঃ একেবাৰতে বহুত বাঢ়িল মোবাইল ৰিচাৰ্জৰ খৰচ! ৩ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন মূল্য

ছবিখন অসম, উৰিষ্যা, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, গুজৰাট, পঞ্জাৱ, হাৰিয়ানা, মুম্বাই, চেন্নাই, দিল্লী, বাংগালুৰু, পুনে, কলকাতা, ভূপাল, যোধপুৰ, লক্ষ্ণৌ আদি চহৰত সফলতাৰে চলিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd