• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চচলত আন্দোলনৰত ফাৰ্মাচিষ্ট সকলৰ দাবী লোৱাৰ দাবী DYFI ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2024 9:24 pm
3.8k
VIEWS
Share on FacebookShare on Twitter

স্বীকৃতপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচিষ্ট ডিগ্ৰী লোৱা ফাৰ্মাচিষ্টসকলক শীঘ্ৰে পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ দাবীত অনিৰ্দিষ্ট কালৰ বাবে আৰম্ভ কৰা আন্দোলনৰ যুক্তিসংগত দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছে।

আজি চচলত চলি থকা ধৰ্ণা স্থলিলৈ গৈ সংগঠন দুটাৰ ৰাজ্যিক সম্পাদক ক্ৰমে সংগীতা দাস আৰু ৰিতু ৰঞ্জন দাসে ফাৰ্মাচিষ্ট সকলৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন দিয়াৰ লগতে দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনায়।

এছ এফ আই আৰু ডি ৱাই এফ আইয়ে মত প্ৰকাশ কৰি কৈছে যে ফাৰ্মাচিষ্টৰ পঞ্জীয়নৰ বিষয়টো ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ বিষয়।

যি সময়ত সমগ্ৰ ৰাজ্যতে অবৈধ ফাৰ্মাচিষ্টৰ সংখ্যা কাঠফুলাৰ দৰে বাঢ়ি আহিছে সেই সময়ত স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত অধ্যয়ন কৰি ডিগ্ৰী লোৱা প্ৰায় ৬ হাজাৰ ফাৰ্মাচিষ্টক দুবছৰ ধৰি স্বীকৃতি বন্ধ কৰি ৰখাটো গভীৰ ৰহস্যৰ বিষয়।

গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সৰ্বভাৰতীয় ফাৰ্মাচিষ্ট কাউঞ্চিলৰ স্পষ্ট নিৰ্দেশ থকাৰ পাছতো ডিগ্ৰীধাৰী ফাৰ্মাচিষ্ট সকলক পঞ্জীয়নৰ পৰা বঞ্চিত কৰি ৰখাটো এক গভীৰ ষড়যন্ত্ৰৰ বিষয়। এছ এফ আই আৰু ডি ৱাই এফ আইয়ে দাবী কৰিছে ফাৰ্মাচিষ্ট সকলৰ ন্যায়সংগত দাবী শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰক।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd