• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰীক্ষা কেলেংকাৰী! অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ দাবী গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2024 8:10 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাই নিজৰ কাৰ্যালয়ত এখন জৰুৰী বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত শেহতীয়াভাৱে ধৰা পৰা পৰীক্ষা কেলেংকাৰী সম্পৰ্কে বিশদভাৱে আলোচনা কৰে আৰু সমগ্ৰ ঘটনাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

সভাত উপস্থিত সকলোৱে একমুখে সমগ্ৰ ঘটনা সম্পৰ্কত গভীৰ উদ্বেগ প্রকাশ কৰে আৰু ঘটনাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ হোৱা সমগ্ৰ পৰিস্থিতিটোৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্ত কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক দাবী জনায়।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন অনুসৰি পৰীক্ষা ব্যৱস্থাটো চলিছে নে নাই তাকো পৰীক্ষা কৰিবলৈ সংস্থাই দাবী জনায়।

Apply Now

লগতে পঢ়কঃ বানত বুৰ যোৱা কাজিৰঙাত তিনিদিনত ১১টা জীৱ-জন্তুৰ মৃত্যু, ৬৫টাক উদ্ধাৰ

সভাত গ্ৰহণ কৰা আন এটি প্রস্তাৱ যোগে সংস্থাই পৰীক্ষা সংক্ৰান্তীয় সকলো কামৰ ৰেকৰ্ড ৰখাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২২ চনলৈ দায়িত্ব দিয়া বাহ্যিক সংস্থা আই ইউ এম এছ (IUMS)ক সমগ্ৰ ঘটনাৰ বাবে জবাবদিহি কৰি সংশ্লিষ্ট সকলোকে সকলো কথা পৰিষ্কাৰ কৰি দিবলৈ দাবী জনায়।

উল্লেখ্য যে আই ইউ এম এছ নামৰ সংস্থাটোক গুৱাহাটী বিশ্ববিদ্যালয়ে ২০১৭-২২ সময়ছোৱাৰ বাবে পৰীক্ষাৰ ৰেকৰ্ড ইত্যাদি কামৰ বাবে নিয়োজিত কৰিছিল আৰু তেওঁলোকৰ লগত চুক্তিৰ ম্যাদ ইতিমধ্যে শেষ হৈছে। গতিকে এই সময়ছোৱাৰ ভিতৰৰ যিবোৰ খেলিমেলি ধৰ৷ পৰিছে সেইবোৰ সকলো৷ পক্ষকে সন্তুষ্ট কৰাকৈ ঠিক কৰিব লাগে যাতে পৰীক্ষা পদ্ধতিটোৰ পৰিচালনা সম্পৰ্কত ভবিষ্যতে কোনো ধৰণৰ প্রশ্নৰ অৱতাৰণা নহয়।

লগতে পঢ়কঃ ‘এ ফ’ৰ আসাম’ বুলি কোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী এতিয়া ক’ত?

ইপিনে, উল্লেখ কৰা আটাইবোৰ দাবী গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাই  বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছে আৰু উপাচাৰ্যই প্ৰয়োজন অনুসৰি সকলো দাবীৰ ক্ষেত্ৰত জৰুৰী ব্যৱস্থা ল’ব বুলি সংস্থাৰ সভ৷পতি অধ্যাপক ডঃ তৰণী ডেকা আৰু সম্পাদক ডঃ সুভাষ মেধিক আশ্বাস দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd