• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে আজি গুৱাহাটীত যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা জাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2024 12:31 pm
গুৱাহাটীত জগন্নাথৰ ৰথযাত্ৰা। ফাইল ফটো।

গুৱাহাটীত জগন্নাথৰ ৰথযাত্ৰা। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে (৭ জুলাই) গুৱাহাটীত জগন্নাথ ৰথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰ যান-বাহন আৰক্ষীয়ে মহানগৰীৰ কেইবাটাও অঞ্চলত এক নিৰ্দেশনা জাৰি কৰিছে। দুপৰীয়া ২ বজাৰ পৰা শোভাযাত্ৰাৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত যানজঁটৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

যানজঁটৰ বাবে জি এছ ৰোড (পল্টন বজাৰৰ পৰা ছয়মাইললৈ), আৰ পি ৰোড (গণেশগুৰি ফ্লাই অভাৰৰ পৰা গণেশগুৰি গণেশ মন্দিৰলৈ), কাহিলীপাৰা ৰোড (গণেশগুৰি গণেশ মন্দিৰৰ পৰা দক্ষিণ গাঁওলৈ), বেলতলা-বশিষ্ঠ পথ (লাষ্ট গেটৰ পৰা বশিষ্ঠ চাৰিআলিলৈ) আৰু ত্ৰিপুৰা গলি (বালুঘাট)ৰ পৰা ছয় মাইল উৰণীয়া সেতুলৈকে প্ৰভাৱিত হব বুলি গুৱাহাটীৰ যান-বাহন বিভাগৰ উপ-আয়ুক্তই যান-বাহন নিৰ্দেশনাত প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ জ্যোতিনগৰত নলাত উটি যোৱা কণমানি অবিনাশৰ মৃতদেহ

Apply Now

আনহাতে, ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা থকা আন পথসমূহৰ ভিতৰত আছে ভিআইপি ৰোড (ছয় মাইল ফ্লাই অভাৰৰ পৰা নাৰেংগী তিনিআলি), পাঞ্জাবাৰী ৰোড (ছয় মাইলৰ পৰা বতাহঘুলিলৈ), ৰিফাইনেৰী ৰোড (১ নং শালবাৰীৰ পৰা গোপালনগৰ ত্ৰিজাংচনলৈ), এম আৰ ডি ৰোড ( বামুনীমৈদাম ৰেলৱে কলনীৰ পৰা হাতীগড় চাৰিআলি), মাদাৰ টেৰেছা ৰোড (গীতা মন্দিৰৰ পৰা জুৰোড তিনিআলি), এ টি ৰোড (পল্টন বজাৰৰ পৰা উলুবাৰী চাৰিআলিলৈ) আৰু বি কে কাকতি ৰোড (উলুবাৰী চাৰিআলিৰ পৰা আৰ্য নগৰলৈ)।

তদুপৰি, এ কে আজাদ ৰোড (লালগনেশৰ পৰা নেপালী মন্দিৰলৈ), এ কে দেৱ পথ (ফটাশিল চাৰিআলিৰ পৰা ধীৰেণপাৰালৈ), এম ডি শ্বাহ ৰোড (নেপালী মন্দিৰৰ পৰা গধূলি বজাৰলৈ), এম জি ৰোড/ডি জি ৰোড (গুৱাহাটি উচ্চ ন্যায়ালয়ৰ পৰা মালিগাঁও চাৰিআলিলৈ) আৰু এছ জে ৰোড (কুমাৰপাৰা পাঁচআলিৰ পৰা আঠগাঁও দলং) পথসমূহো প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়কঃ মহিলা টি-২০ এছিয়া কাপৰ দল ঘোষণা বিচিচিআইৰ; দলত অসমৰ উমা ছেত্ৰী

গুৱাহাটী যান-বাহন আৰক্ষীয়ে মসৃণ যাতায়তৰ বাবে সাধাৰণ জনতাক ওপৰত উল্লেখ কৰা পথৰ অংশবোৰ যিমান পাৰে পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে বুলি যান-বাহন নিৰ্দেশনাত লগতে কোৱা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

August 7, 2026 3:50 pm
বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd