• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি অসমলৈ ৰাহুল গান্ধী, ভ্ৰমণ কৰিব মণিপুৰো; বান আৰু হিংসা ক্ষতিগ্ৰস্ত লোকক কৰিব সাক্ষাৎ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2024 8:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আজি অসম আৰু মণিপুৰ ভ্ৰমণলৈ আহিব। প্ৰথমে তেওঁ শিলচৰলৈ যাব আৰু তাৰ পিছত তেওঁ মণিপুৰ ভ্ৰমণ কৰিব। ৰাহুল গান্ধীয়ে অসমৰ বানাক্ৰান্ত লোকক সাক্ষাৎ কৰিব।

বানপানীৰ বাবে অসমত পৰিস্থিতি বিপৰ্যস্ত হৈ পৰিছে। তেওঁ ইয়াৰ কেইবাটাও সাহায্য শিবিৰ পৰিদৰ্শন কৰিব। এই পৰ্যন্ত অসমত বানত ৭৮ জন লোকৰ মৃত্যু হৈছে। ৰাহুলে সন্ধিয়া অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰিব।

অসমৰ পাছত ৰাহুলে মণিপুৰলৈ ৰাওনা হ’ব। মণিপুৰৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলকো সাক্ষাৎ কৰিব। লোকসভা নিৰ্বাচনত জনসাধাৰণক সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাব।

Apply Now

শেহতীয়া লোকসভা নিৰ্বাচনত মণিপুৰৰ দুয়োখন আসন কংগ্ৰেছে দখল কৰিছে। এয়া তেওঁৰ মণিপুৰলৈ তৃতীয়টো আৰু বিৰোধী দলৰ নেতা হিচাপে উত্তৰ-পূৰ্বাঞ্চললৈ প্ৰথমটো ভ্ৰমণ।

লগতে পঢ়কঃ ভূপেন বৰাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ : ভাঙি লণ্ড-ভণ্ড কৰিলে দুৱাৰ, খিৰিকী, গ্ৰীল, শোৱনি কোঠাৰ আচ-বাব

অসমত বানপানীৰ বাবে পৰিস্থিতি অত্যন্ত শোচনীয়। ৰাজ্যখনৰ ৩০ খন জিলাত মুঠ ২৪ লাখতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। নিমতিঘাট, তেজপুৰ, গোৱালপাৰা আৰু ধুবুৰীত বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ উপনৈসমূহো বহু ঠাইত বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে। বানপানীৰ ফলত ডুব গৈছে হাজাৰ হাজাৰ হেক্টৰ ভূমিৰ শস্য। ৰাহুল গান্ধীয়ে লক্ষীপুৰৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰি তাত আশ্ৰয় লোৱা ৰাইজৰ সৈতে কথা পাতিব।

অসমৰ পাছতে ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণ কৰিব। তেওঁ জিৰিবাম, চুৰাচান্দপুৰ আৰু ইম্ফলত হিংসাত ক্ষতিগ্ৰস্ত লোকৰ সৈতে কথা পাতিব। প্ৰায় এবছৰ ধৰি বিক্ষিপ্ত হিংসাৰ কবলত পৰিছে মণিপুৰ। শেহতীয়া হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৬ জুনত। ৰাহুলে লোকসভাত মণিপুৰৰ হিংসাৰ বিষয়টোও উত্থাপন কৰিছিল। প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰি ৰাহুলে কৈছিল যে প্ৰধানমন্ত্ৰী মোডী সকলোতে গৈছে যদিও মণিপুৰলৈ যোৱা নাই।

লগতে পঢ়কঃদ্বিতীয়খন মেচতেই ৰাজকীয় প্ৰত্যাৱৰ্তন টিম ইণ্ডিয়াৰ; জিম্বাবুৱেই দেখিলে চকুৰে সৰিয়হ ফুল

উল্লেখ্য যে যোৱা বছৰৰ ৩ মে’ত গোষ্ঠীগত হিংসাৰ ফলত মণিপুৰত ২০০ৰো অধিক লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে। মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতি (এছটি)ত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহত জনজাতীয় সংহতি সমদলৰ আয়োজন কৰাৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd