• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দ্বিতীয়খন মেচতেই ৰাজকীয় প্ৰত্যাৱৰ্তন টিম ইণ্ডিয়াৰ; জিম্বাবুৱেই দেখিলে চকুৰে সৰিয়হ ফুল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2024 7:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমখন খেলৰ বিপৰ্যয় পাহৰি জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন মেচত ৰাজকীয় প্ৰত্যাৱৰ্তন কৰে টিম ইণ্ডিয়াই। ভাৰতীয় দলটোৱে হাৰাৰেত জিম্বাবুৱেক ১০০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰে। মেন ইন ব্লুৰ হৈ যুৱ অ’পেনাৰ অভিষেক শৰ্মাই দুৰ্দান্ত শতক অৰ্জন কৰে। বলিঙেৰে চমক দিলে আৱেশ খান, মুকেশ কুমাৰ বাহিনীয়ে।

দেওবাৰে হাৰাৰেত প্ৰথমে বেটিং কৰিবলৈ নামি অভিষেক শৰ্মাই এক চমকপ্ৰদ শতক অৰ্জন কৰে। তেওঁ মাত্ৰ ৪৬টা বলত ১০০ ৰান সংগ্ৰহ কৰে। যুৱ অ’পেনাৰগৰাকীৰ ৭টা বাউণ্ডেৰী আৰু ৮টা অভাৰ বাউণ্ডেৰীৰে সজোৱা ইনিংছটো স্মৰণীয় হৈ থাকিব।

অভিষেক শৰ্মাৰ দুৰ্দান্ত শতক। ফটো সৌজন্যঃ বিচিচিআই।

অভিষেকৰ দুৰ্দান্ত শতক, ৰুতুৰাজ গাইকোৱাডৰ অৰ্ধশতক আৰু শেষত ৰিংকু সিঙৰ বিস্ফোৰক ইনিংছৰ বাবেই দ্বিতীয়খন মেচত ভাৰতে ২৩৪ ৰান সংগ্ৰহ কৰে। গাইকোৱাডে ৪৭টা বলত ৭৭ ৰান সংগ্ৰহ কৰে। শেষত ৰিংকু সিঙে ধুমুহাৰ সৃষ্টি কৰিলে। ৰিংকুৱে মাত্ৰ ২২টা বলত ৪৮ ৰান সংগ্ৰহ কৰে।

Apply Now

প্ৰত্যুত্তৰত জিম্বাবুৱেৰ ইনিংছ মাত্ৰ ১৩৪ ৰানতে সমাপ্ত হয়। জিম্বাবুৱেৰ হৈ মাধেভেৰে সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰে। শেষত লুক জংগে ৩৩ ৰানৰ দ্ৰুত গতিত ইনিংছ এটা খেলি নিজৰ দলটোক কিছু সন্মানজনক স্থানলৈ লৈ যায়। জিম্বাবুৱেৰ ইনিংছ ১৩৪ ৰানত সমাপ্ত হয়। আৱেশ খান আৰু মুকেশ কুমাৰে ৩টাকৈ উইকেট দখল কৰে। ৰবি বিষ্ণোই লাভ কৰে ২টা উইকেট।

আক্ৰমণাত্মক ৰুতুৰাজ গাইকোৱাড। ফটো সৌজন্যঃ বিচিচিআই।

ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে টি-২০ৰ পৰা অৱসৰ লৈ পৰৱৰ্তী প্ৰজন্মৰ বাবে বাট মুকলি কৰিছে। পৰৱৰ্তী টি-২০ বিশ্বকাপৰ বাবে দলটো গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। সমগ্ৰ যুৱ ব্ৰিগেডক জিম্বাবুৱে ভ্ৰমণ কৰিবলৈ প্ৰেৰণ কৰা হৈছে। প্ৰথমখন মেচত হতাশাৰ সন্মুখীন হ’লেও ভাৰতৰ যুৱ ব্ৰিগেডে দ্বিতীয়খন মেচতেই দেখুৱালে যে ভৱিষ্যতে কঠিন প্ৰত্যাহ্বানৰ বাবে তেওঁলোক সাজু হৈছে।

নিজস্ব ভংগীৰে অনবদ্য ইনিংছ ৰিংকু সিঙৰ। ফটো সৌজন্যঃ বিচিচিআই।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ২৩৪-২ (অভিষেক শৰ্মা ১০০, ৰুতুৰাজ গাইকোৱাড ৭৭)

জিম্বাবুৱেঃ ১৩৪-১০ (মাধাভেৰে ৪৩, জংগে ৩৩)

ভাৰতে ১০০ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd