• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ নেপালৰ প্ৰধানমন্ত্ৰীৰ আসনত চীনৰ সমৰ্থক কে পি অলী; জানো আহক ভাৰতৰ প্ৰতি তেওঁৰ মনোভাৱ কেনেকুৱা…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2024 11:19 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালত পুনৰ গঠন হৈছে কে পি শৰ্মা অলীৰ চৰকাৰ। আজি (সোমবাৰে) তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিগত কেইবামাহো নেপালত ৰাজনৈতিক অস্থিৰতাৰ পাছত দেওবাৰে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। ৭২ বছৰীয়া অলীয়ে তৃতীয়বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হৈছে, তেওঁক চীনৰ সমৰ্থক বুলি গণ্য কৰা হয়। অলিৰ অন্তিম কাৰ্যকালত ভাৰতৰ সৈতে সম্পৰ্কত যথেষ্ট শিথিল আছিল। ২০১৫ চনৰ ১১ অক্টোবৰৰ পৰা ২০১৬ চনৰ ৩ আগষ্টলৈকে নেপালৰ প্ৰধানমন্ত্ৰী আছিল অলি। এই সময়ছোৱাত নেপাল আৰু ভাৰতৰ সৈতে সম্পৰ্ক যথেষ্ট উত্তেজিত হৈ আছিল। ২০১৮ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ২০২১ চনৰ ১৩ মে’লৈ পুনৰ নেপালৰ প্ৰধানমন্ত্ৰী হয় অলি। পাছত নেপালৰ উচ্চতম ন্যায়ালয়ে তেওঁৰ কাৰ্যকাল অব্যাহত ৰখাক অসাংবিধানিক বুলি অভিহিত কৰে।

প্ৰথম কাৰ্যকালত কে পি শৰ্মা অলিয়ে ভাৰতে নেপালৰ আভ্যন্তৰীণ পৰিক্ৰমাত হস্তক্ষেপ কৰি চৰকাৰ উফৰাই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। সীমান্ত অঞ্চল সন্দৰ্ভতো নেপালে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। চীনৰ নিৰ্দেশত তেওঁৰ চৰকাৰে নিজৰ মানচিত্ৰত ভাৰতৰ কিছু অঞ্চল দেখুৱাইছিল, যিটো ভাৰত চৰকাৰে নাকচ কৰিছিল। মানচিত্ৰত উত্তৰাখণ্ডৰ লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰা নেপালৰ বুলি দাবী কৰা হৈছিল। মাত্ৰ যোৱা মাহতো খবৰ আহিছিল যে নতুন মুদ্ৰাৰ ওপৰত নেপালে ভাৰতৰ কিছুমান অঞ্চল নিজৰ বুলি ঘোষণা কৰিছে। ইয়াৰ পাছত ভাৰতে পুনৰ তীব্ৰ আপত্তি প্ৰকাশ কৰে।

১৯৫২ চনত জন্মগ্ৰহণ কৰা অলিয়ে ১২ বছৰ বয়সতে ৰাজনীতিত প্ৰৱেশ কৰে। মাৰ্ক্স আৰু লেনিনৰ প্ৰভাৱত তেওঁ কমিউনিষ্ট ৰাজনীতিত সোমাই পৰে। ১৪ বছৰ কাৰাগাৰতো আছিল। পিছলৈ নেপাল কমিউনিষ্ট পাৰ্টি গঠন হয়। ১৯৯১ চনত অলি ঐক্যবদ্ধ মাৰ্ক্সবাদী–লেনিনবাদী আন্দোলনৰ নেতা হয়। পিছলৈ দুয়োটা দলক একত্ৰিত কৰি (CPN-UML) স্থাপন কৰা হয়। ২০০৬ চনৰ পৰা ২০০৭ চনলৈ তেওঁ উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী আছিল। ২০১৬ চনতেই তেওঁ চৰকাৰৰ বাহিৰত আছিল যদিও ২০১৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনত তেওঁ পুনৰবাৰ পিএম হৈছিল। কিন্তু এই চৰকাৰো চলিছিল মাত্ৰ ২০২১ চনলৈকে। এতিয়া তৃতীয়বাৰৰ বাবে পিএম হ’বলৈ গৈ আছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd